ETV Bharat / state

জামুগুৰিহাটত দুৰ্ঘটনাত পতিত ট্ৰাক - শোণিতপুৰ

লখিমপুৰৰ দিশৰ পৰা তেজপুৰৰ দিশে আহি থকা অৱস্থাতে AS 01-EC 6641 নম্বৰৰ খালী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সতীজান দলঙৰ দাঁতিত দুৰ্ঘটনাত পতিত হয়

ট্ৰাক দুৰ্ঘটনা
author img

By

Published : Mar 30, 2019, 4:20 PM IST

শোণিতপুৰ, 30 মাৰ্চ : জামুগুৰি হাটত দুৰ্ঘটনাত পতিত এখন 12 চকীয়া ট্ৰাক ৷ লখিমপুৰৰ দিশৰ পৰা তেজপুৰৰ দিশে আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই AS 01-EC 6641 নম্বৰৰ খালী ট্ৰাকখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সতীজান দলঙৰ দাঁতিত খুন্দা মৰাত দুৰ্ঘটনাত পতিত হয় ৷ যদিও দলংখনৰ তলত থকা দ' খাৱৈত বাগৰি পৰাৰ পৰা কথমপি ৰক্ষা পৰে ট্ৰাকখন ৷ ইপিনে উক্ত দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাচতে পুৱাৰে পৰা বহুসময় ধৰি পথটোত যান-জঁটৰ সৃষ্টি হয় ৷

Intro:শোণিতপুৰ জিলাৰ জামুুুুগুৰি হাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত যোৱা নিশা দূৰ্ঘটনা৷Body:শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰি হাটত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সতীজান দলংৰ ওপৰত যোৱা নিশা এখন ১২ চকীয়া ট্ৰাক দূৰ্ঘটনা পতিত হয় ৷জানিব পৰা মতে লক্ষীমপুৰ দিশৰ পৰা তেজপুৰৰ ফালে আহি থকা AS 01-EC 6641 নম্বৰৰ খালি ট্ৰাক খন নিয়ন্ত্ৰন হেৰুৱাই ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত থকা সতীজান দলংৰ দাতিত লাগি কথমপি দলংৰ তলত থকা দ জানটোত নপৰাকৈ ৰক্ষা পৰে ৷ উক্ত দূৰ্ঘটনাৰ বাবে আজি পুৱাৰ পৰা বহুসময় ধৰি পথটোত যান-বাহন অহাযোৱা কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হয় ৷ উল্লেখনীয় যে আজি গহপুৰত হব লগা তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মুদী য়ে অংশ লবলগা সভালৈ অহা দুৰ দুৰনীৰ গাড়ী ও বহু সময় ৰব লগা হয় ৷ইতিমধ্যে পথটো মুকলি হৈছে ৷
Conclusion:সুদুৰ নগাও,মঙ্গলদৈৰ লগত লক্ষীমপুৰ,ধেমাজী সংযোগী এই ৰাষ্ট্ৰীয় ঘাই পথৰ গৰৈমাৰীৰ পৰা বিশ্বনাথ চাৰিআলি পযন্ত কোনো স্হানত অলপ ভালৰ বাহিৰে সমগ্ৰ পথচোৱা গাতৰ পৰিমানেই বেছি, যাৰ ফলত নিতৌ সংঘটিত হৈ আছে দূৰ্ঘটনা ৷ইতিমধ্যে পথটো বহল কৰাৰ কাম চলি আছে যদিও সম্পূৰ্ণ হবলৈ বহু বাকী ৷
Pransankar Bhuyan FOR ETV BHARAT ASOM.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.