ETV Bharat / state

মিছামাৰীত সেনা জোৱানৰ আত্মহত্যা

সেনা জোৱানৰ আত্মহত্যা ৷ নিহত সেনা জোৱানজন মধ্য প্ৰদেশৰ নিতেশ ডুবে বুলি জানিব পৰা গৈছে ৷

মিছামাৰীত সেনা জোৱানৰ আত্মহত্যা
author img

By

Published : Aug 26, 2019, 8:51 PM IST

26 আগষ্ট,ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰী সেনা ছাউনীৰ ভিতৰত সোমবাৰে এজন সেনাৰ জোৱানে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । ফৰ ক'ৰৰ চিগনেল জন ৱৰ্কচপৰ কাৰ্যালয়ৰ ভিতৰত চিপজৰী লৈ আত্মহত্যা কৰা সেনা জোৱান মধ্য প্ৰদেশৰ সুকনন্দন ডুবেৰ পুত্ৰ নিতেশ ডুবে বুলি জানিব পৰা গৈছে । কিয় আৰু কি পৰিস্থিতিত সেনা জোৱানজনে এনে চূড়ান্ত পথ কিয় বাছি ল'লে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইফালে ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে মিছামাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ তেজপুৰলৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Intro:মিছামাৰীত এজন সেনা জোৱানৰ আত্মহত্যাBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰী সেনা ছাউনিৰ ভিতৰত আজি এজন সেনাৰ জোৱানে জোৱানে আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফৰ ক'ৰ চিগনেল জন ৱৰ্কচপৰ কাৰ্যালয়ৰ ভিতৰত চিপজৰী লৈ আত্মহত্যা কৰা সেনা জোৱান মধ্য প্ৰদেশৰ সুকনন্দন ডুবেৰ পুত্ৰ নিতেশ ডুবে (২৮) বুলি জানিব পৰা গৈছে। ইফালে ঘটনাৰ খৱৰ পোৱাৰ মাত্ৰকে মিছামাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ তেজপুৰলৈ প্ৰেৰণ কৰে। সেনাৰ জোৱানজনে এই পথ কিয় বাছি ললে সেয়া জানিব পৰা নগল।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.