ETV Bharat / state

বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়ত ক’ত ?

উন্নয়নৰ কথা কোৱা ৰাজ্য চৰকাৰে এতিয়ালৈকে এখন দলং নিৰ্মাণ কৰিব নোৱাৰিলে শোণিতপুৰ জিলাৰ মিছামাৰীত ৷

বাঁহৰ সাঁকো
author img

By

Published : Mar 30, 2019, 11:22 PM IST

ৰঙাপৰা, 30 মাৰ্চঃ শোণিতপুৰ জিলাৰ মিছামাৰীত ৰাইজে আজিও বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকুল ভাৱে যাতায়ত কৰি আহিছে । মিছামাৰীৰ ২নং ধনখনাৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বছৰৰ পাছত বছৰ ধৰি বাঁহৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে ।

বাঁহৰ সাঁকো

২ নং ধনখনা গাঁৱলৈ যোৱা পথচোৱাৰে নেপালীবস্তি, নবিল পথাৰ, নাহৰণী, কঠালগুৰি আদি বিভিন্ন গাঁৱৰ ৰাইজ বেঙেনাজুলি নদীৰ ওপৰত থকা বাঁহৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰি আহিছে ৷ উপায়বিহীন গাঁওখনৰ ৰাইজে কাঠ, বাঁহ আদি সংগ্ৰহ কৰি নিজে পৰিশ্ৰম কৰি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বেঙেনাজুলী নদীখন পাৰ হোৱাৰ বাবে ব্যৱস্থা কৰিলে যদিও বাৰিষা কালত দলংখন ভাঙি পৰাত এতিয়া এইদৰে যাতায়ত কৰি থাকিবলগীয়া হৈছে ৷

জনপ্ৰতিনিধি তথা ৰাজ্য চৰকাৰে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি ৰাইজৰ সমস্যাটি সমাধান কৰাৰ ব্যৱস্থা নকৰাত ৰাইজে আক্ষেপ প্ৰকাশ কৰে ৷

Intro:মিছামাৰীত বাঁহৰ সাঁকোৰ ওপৰেদি বিপদসংকুল যাতায়তঃ নিৰ্বিকাৰ প্ৰতিনিধি- ৰাজ্য চৰকাৰ।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীত ৰাইজে আজিও বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকূল ভাৱে যাতায়ত কৰি আহিছে। মিছামাৰীৰ ২নং ধনখনাৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বছৰৰ পাছত বছৰ ধৰি বাঁহৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে। ২ নং ধনখনা গাঁৱলৈ যোৱা পথচোৱাৰে নেপালীবস্তি, নবিল পথাৰ, নাহৰণী, কঠালগুৰি আদি বিভিন্ন গাঁৱৰ ৰাইজ বেঙেনাজুলি নদীৰ ওপৰত থকা বাঁহৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰি আহিছে ৷ উপায় বিহীন গাঁওখনৰ ৰাইজে কাঠ, বাঁহ আদি সংগ্ৰহ কৰি নিজে পৰিশ্ৰম কৰি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বেঙেনাজুলী নদীখন পাৰ হোৱাৰ বাবে ব্যৱস্থা নকৰিলে।বাৰিষা-খৰালি কালত মিছামাৰী অঞ্চলৰ ৰাইজে এইদৰে আজিও যাতায়ত কৰি থকাৰ পাছতো জনপ্ৰতিনিধি তথা ৰাজ্য চৰকাৰে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি ৰাইজৰ সমস্যাটি সমাধান কৰাৰ ব্যৱস্থা নকৰাত ৰাইজে আক্ষেপ প্ৰকাশ কৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.