ETV Bharat / state

তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৃষিমেলা

author img

By

Published : Jan 11, 2020, 11:39 PM IST

জিলাখনৰ গ্ৰাম্যপ্ৰধান অঞ্চলৰ খেতিয়কসকলক উৎপাদিত সামগ্ৰীৰ বজাৰ মুকলিৰ উদ্দেশ্যে কৃষি মেলাৰ আয়োজন কৰে তেজপুৰৰ কৃষি বিভাগে ৷ মেলাখন অনুষ্ঠিত হৈছে তেজপুৰৰ নেহৰু মৈদানত ৷

কৃষিমেলা
কৃষিমেলা

তেজপুৰ,১১ জানুৱাৰীঃ শোণিতপুৰ জিলাত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কৃষি মেলা ৷ কৃষি বিপ্লৱৰ সূচনাৰে জিলা প্ৰশাসনে মুকলি কৰে মেলাখন ৷ মেলাখন অনুষ্ঠিত হৈছে তেজপুৰৰ নেহৰু মৈদানত ৷ জিলাখনৰ গ্ৰাম্যপ্ৰধান অঞ্চলৰ খেতিয়কসকলক উৎপাদিত সামগ্ৰীৰ বজাৰ মুকলিৰ উদ্দেশ্যে মেলাখনৰ আয়োজন কৰে তেজপুৰৰ কৃষি বিভাগে ৷

কৃষিমেলা

জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ পৌৰহিত্যত অনুষ্ঠিত মেলাখনৰ উদ্বোধনী ভাষণত উন্নতমানৰ প্ৰযুক্তিৰ সহায়ত জিলাখনৰ খেতিয়কে যাতে নিজৰ উৎপাদন আগবঢ়াই নিব পাৰে তাকে উদ্দেশ্য কৰি কৃষি মেলাখন মুকলি কৰা হৈছে বুলি উল্লেখ কৰে ৷ লগতে জিলা প্ৰশাসনে মোকোলাই দিয়া কে চি চিৰ আৰ্থিক বেংক সাহায্যৰ জৰিয়তে কৃষকে কৃষিকৰ্মত নিয়োজিত হোৱা বুলি সিঙে প্ৰকাশ কৰে ৷ প্ৰাক্তন অগপ নেতা বৃন্দাবন গোস্বামীয়ো মেলাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৷

লগতে চাওকঃ5 মিনিটৰ ব্যৱধানত কেৰালাত ধ্বংস দুটাকৈ অট্টালিকা

Intro:তেজপুৰ,১১ জানুৱাৰী: শোণিতপুৰ জিলাত কৃষি ক্ষেত্ৰত অগ্ৰাধিকাৰ দি জিলা প্ৰশাসনে আজিৰে পৰা দুদিনীয়া কৈ মুকুলি কৰিলে কৃষি মেলা । কৃষি বিপ্লৱৰ সূচনা কৰা হৈছে জিলাখনত গাঁওৰ খেতিয়ক সকলৰ মাজত উৎপাদিত সামগ্ৰীৰ এখন বজাৰৰ মুকুলি হল তেজপুৰ চহৰৰ নেহেৰু মৈদানত ।

Body:জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিংৰ পৌৰহীটত অনুষ্ঠিত এই উদ্ধোধনী ত ভাষণ প্ৰসংগত কয় যে উন্নত মানৰ প্ৰযুক্তিৰ সহায়ত আজিৰ জিলা খনৰ খেতিয়কে নিজৰ উৎপাদন আগবঢ়াই আহিছে । আৰু জিলা প্ৰশাসনে মোকোলাই দিয়া কে চি চি ৰ আৰ্থিক বেংক সাহায্যৰ জৰিয়তে কৃষকে পথাৰত কৃষি কৰ্মত নিয়োজিত কৰিব পাৰিছে ।
Bite: উপায়ুক্ত , মানৱেন্দ্ৰ প্ৰতাপ সিং ।
Bite: প্ৰকাশ দত্ত, জিলা কৃষি বিষয়া ।

Conclusion:প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
১১/১/২০২০ ./
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.