ETV Bharat / state

তেজপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ফলক ব্যৱহাৰৰ আহ্বান আছুৰ

author img

By

Published : Jul 6, 2019, 7:41 AM IST

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তেজপুৰত অভিনৱ পদক্ষেপ গ্ৰহণ ৷

তেজপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ফলক ব্যৱহাৰৰ আহ্বান আছুৰ

তেজপুৰ,5 জুলাই: তেজপুৰৰ ব্যৱসায়ীসকলক নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ আহ্বান ৷ ইংৰাজী আৰু বাংলা ভাষাক অগ্ৰাধিকাৰ দি অসমীয়া ভাষাক গৌণ কৰা কাৰ্য্যত শুক্ৰবাৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চহৰখনৰ কেইখনমান ব্যৱসায় প্ৰতিষ্ঠানৰ বেনাৰ সমূহ ফালি পেলায় ৷ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে সমগ্ৰ চহৰতে এই নিয়ম পালন কৰিবলৈ ব্যৱসায়ী সকলক দুদিন সময় বান্ধি দিছে ৷ অহা সোমবাৰৰ ভিতৰত দোকান আৰু অন্যান্য প্ৰতিষ্ঠানত অসমীয়া ভাষাত লিখা ফলক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় আছু কৰ্মী সকলে ৷

উল্লেখ্য যে, ছাত্ৰ সন্থাই এই কাৰ্যসূচী সমগ্ৰ অসমতে পালন কৰিছে ৷ আনহাতে ছাত্ৰ সন্থাৰ এই পদক্ষেপত সচেতন মহলে সঁহাৰি জনায় ৷ দুদিনৰ ভিতৰত ব্যৱসায়ীসকলে এই পদক্ষেপ গ্ৰহণ নকৰিলে জংগী ব্যৱস্থা হাতত লোৱাৰ বিষয়েও উল্লেখ কৰে আছু কৰ্মীসকলে ৷

Intro:তেজপুৰ,৫জুলাই: তেজপুৰ আঞ্চলিক ছাত্র সন্থাই তেজপুৰত অভিনৱ পদক্ষেপ গ্ৰহণ । তেজপুৰৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহক নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ।
ইংৰাজী আৰু বঙলা ভাষা ক অগ্ৰাধিকাৰ দি অসমীয়া ভাষাক গৌণ কৰা কাৰ্য্যত শুক্ৰবাৰে তেজপুৰ আঞ্চলিক ছাত্র সন্থাই কেইখনমান ব্যৱসায় প্ৰতিষ্ঠানৰ বেনাৰ সমুহ ফালি পেলাই ।

Body:Bite:অৰুপ তালুকদাৰ ।
তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে সমগ্ৰ চহৰতে এই নিয়ম পালন কৰিবলৈ দুটা দিন সময় বান্ধি দিছে ।
অহা সোমবাৰৰ ভিতৰত দোকান আৰু অন্যান্য প্ৰতিষ্ঠানত
অসমীয়া ভাষাত লিখা ফলক ব্যৱহাৰৰ কৰিবলৈ আহ্বান ।

Conclusion:ছাত্ৰ সন্থাই এই কাৰ্যসূচী সমগ্ৰ অসমতে পালন কৰিছে ।আনহাতে এই পদক্ষেপত সচেতন মহলে সঁহাৰি জনায় ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ।
৫/৭/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.