ETV Bharat / state

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

author img

By

Published : May 14, 2021, 9:04 PM IST

মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বাৰৰ বাবে সাল-সলনি কৰিছে আৰক্ষী অধীক্ষক সকলক ৷ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালায়লৈ বদলি ৷

অসম আৰক্ষীত ব্যাপক ৰদ-বদল
অসম আৰক্ষীত ব্যাপক ৰদ-বদল

তেজপুৰ, 14মে’: ৰাজ্যত নতুনকৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথম বাৰলৈ অসম আৰক্ষীত ব্যাপক ৰদ-বদল কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ 37 গৰাকী আৰক্ষী অধীক্ষকক ৰদ-বদল কৰা হৈছে বিভিন্ন জিলালৈ ৷ কেইবাগৰাকীক শীৰ্ষ আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালায়লৈ বদলি কৰিছে ৷ জানিবপৰা মতে, আৰক্ষীৰ ৰদ-বদলৰ পিছতে উপায়ুক্ত সকলৰো ৰদ-বদল কৰাৰ সম্ভাৱনা আছে অতি শীঘ্ৰেই ৷

সেই অনুসৰি:

  • ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি
  • যোৰহাটৰ নতুন আৰক্ষী অধীক্ষক হ’ব অংকুৰ জৈন
  • চিৰাঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি IPS বিষয়া গৌৰৱ উপাধ্যায়ক
  • কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক
  • হাইলাকান্দিৰ নতুন আৰক্ষী অধীক্ষক হ’ব হামৰেণৰ ৰমনদীপ কৌৰ
  • বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰূপে বদলি
  • কাছাৰৰ আৰক্ষী অধীক্ষক বি এল মীনাক দুৰ্নীতি নিবাৰকৰ আৰক্ষী অধীক্ষক নিযুক্তি
  • গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি
  • নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ আৰক্ষী অধীক্ষক ৰূপে বদলি
  • মাজুলীৰ আৰক্ষী অধীক্ষক এন অপৰ্ণাক মৰিগাঁৱৰ SP ৰূপে নিযুক্তি
  • গুৱাহাটীৰ অপৰাধ শাখাৰ DCP বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি
  • ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰ
  • গুৱাহাটী পূব মণ্ডলৰ DCP নিযুক্ত শুভ্ৰজ্যোতি বৰা
  • গুৱাহাটীৰ অপৰাধ শাখাৰ DCP নিযুক্ত মোহনলাল মীনা
  • শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি
  • লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক
  • তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক ৰূপে বদলি দেৱজিত্ দেউৰীক
  • মাজুলীৰআৰক্ষী অধীক্ষক ৰূপে নিযুক্তি গৌতম বৰাক
  • মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি
  • বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি
  • চিৰাঙৰআৰক্ষী অধীক্ষক সুধাকৰ সিঙক চৰাইদেউৰ আৰক্ষী অধীক্ষক ৰূপে বদলি
  • মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ AIGP ৰূপে বদলি
  • বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি স্বপ্ননীল ডেকাক
  • বঙাইগাঁৱৰ সুবোধ সোণোৱালক আৰক্ষী অধীক্ষক ৰূপে দক্ষিণ শালমৰালৈ বদলি
  • যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰক সপ্তম APBnলৈ বদলি
  • শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক বৰপেটালৈ বদলি
  • বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি
  • দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক
  • ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসক বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰূপে বদলি
  • হামৰেণৰ আৰক্ষী অধীক্ষক নিযুক্ত অজংৰান বসুমতাৰীক
  • মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি
  • হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি

একেদৰে দক্ষিণ শালমাৰাৰ আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি । নলবাৰীৰ আৰক্ষী অধীক্ষক অমনজিত কৌৰক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (প্ৰশাসনিক) (AIGP, Administration) ৰূপে গুৱাহাটীলৈ বদলি। তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক নিম্বলকৰ বৈভৱ চন্দ্ৰকান্তক কাচাৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি । আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ৰূপে বদলি শিলাদিত্য চেতিয়াক।

লগতে পঢ়কঃ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ মঙলদৈত উপস্থিত মন্ত্ৰী অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.