ETV Bharat / state

সোণাৰিত নাহৰফুটুকীৰ আক্ৰমণত আহত 13 বছৰীয়া কিশোৰ - সোণাৰিত নাহৰফুটুকীৰ আক্ৰমণত আহত 13 বছৰীয়া কিশোৰ

নাফুক চাহ বাগিছাৰ 1 নং লাইনৰ এজন 13 বছৰীয়া কিশোৰক হাবিত ঢেকীয়া শাক বুটলিবলৈ যোৱা অবস্থাত এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰে । কিশোৰ জনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়লৈ ।

one juvenile injured in leopard attack
one juvenile injured in leopard attack
author img

By

Published : May 5, 2020, 11:22 AM IST

শিৱসাগৰ, 5 মে': সোণাৰিত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন কিশোৰ । আহত শিশুটিক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে চিকিৎসকে । প্ৰাপ্ত তথ্য অনুসৰি, নাফুক চাহ বাগিছাৰ 1 নং লাইনৰ মিথুন মুণ্ডা নামৰ লোকগৰাকীৰ পুত্ৰ ৰাহুল মুণ্ডাই (13) কাষতে থকা হাবিখনত ঢেকীয়া বুটলিবলৈ যাওঁতে নাহৰফুটুকীয়ে আক্ৰমণ কৰে ।

নাহৰফুটুকীৰ আক্ৰমণত আহত 13 বছৰীয়া কিশোৰ

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কিশোৰজনক বাগিছাৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও, চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে আহত কিশোৰজনক ।

লগতে পঢ়কঃ নাবালিকাক ধৰ্ষণৰ অপচেষ্টা কৰি ৰঙাঘৰলৈ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.