ETV Bharat / state

বিগত 24 ঘন্টাত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 167 গৰাকী

নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1453 জনলৈ বৃদ্ধি । কৰ'ণা সম্পৰ্কে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বিগত 24 ঘন্টাত মুঠ 167 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ৷

বিগত 24 ঘন্টাত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 167 গৰাকী
বিগত 24 ঘন্টাত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 167 গৰাকী
author img

By

Published : May 5, 2021, 9:06 AM IST

নলবাৰী, 5 মে': সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । আন আন জিলাৰ সমান্তৰালকৈ নলবাৰী জিলাতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1453 জনলৈ বৃদ্ধি পাইছে । কৰ'ণা সম্পৰ্কে মঙলবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বিগত 24 ঘন্টাত মুঠ 167 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ৷

বিগত 24 ঘন্টাত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 167 গৰাকী
বিগত 24 ঘন্টাত নলবাৰীত কৰ'ণাত আক্ৰান্ত হ'ল 167 গৰাকী

সম্প্ৰতি 920 গৰাকী আক্ৰান্তই হোম আইচ’লেশ্বনত আছে । তাৰোপৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 95 গৰাকী আক্ৰান্ত চিকিৎসাধীন হৈ থকাৰ লগতে বেলশৰ ম'ডেল হাস্পতালত চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: দৰঙত মঙলবাৰে নতুনকৈ 151 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.