ETV Bharat / state

এন আৰ চি কেন্দ্ৰত মহিলাৰ মৃত্যু

কলিয়াবৰৰ এন আৰ চি কেন্দ্ৰলৈ শুনানিৰ বাবে গৈছিল বকোৰ ৰেজিয়া খাতুন ৷ প্ৰচণ্ড গৰমৰ বাবেই এন আৰ চি কেন্দ্ৰতে ঢলি পৰে মহিলাগৰাকী

এন আৰ চি কেন্দ্ৰত মহিলাৰ মৃত্যু
author img

By

Published : Aug 5, 2019, 5:18 PM IST

কলিয়াবৰ, 5 আগষ্ট : কলিয়াবৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুনানিলৈ আহি মৃত্যুক সাৱটিলে এগৰাকী মহিলাই ৷ মৃত মহিলা গৰাকীৰ নাম ৰেজিয়া খাতুন ৷ বকোৰ ঝাওকাটা-দিয়া গাঁৱৰ পৰা কলিয়াবৰৰ নলতলিৰ এন আৰ চি কেন্দ্ৰৰ শুনানিত সোমবাৰে উপস্থিত হৈছিল মহিলাগৰাকী । এন আৰ চি কেন্দ্ৰত প্ৰথমে ঢলি পৰে মহিলাগৰাকী । ঘটনাস্থলীত আমছুৰ সদস্য উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত মহিলাগৰাকীক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

Intro:কলিয়াবৰত মৰ্মান্তিক ঘটনা

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানীলৈ আহি মৃত‍্যুক সাৱটিলে এগৰাকী মহিলাBody:কলিয়াবৰৰ এন আৰ চিৰ পুনৰীক্ষণৰ শুনানিলৈ আহি  মৃত্যুক সাৱটিলে এগৰাকী মহিলাই। বকো সমষ্টিৰ ঝাওকাটা-দিয়া গাৱঁৰ পৰা কলিয়াবৰৰ নলতলিৰ এন আৰ চি কেন্দ্ৰত শুনানিত সোমবাৰে উপস্থিত হৈছিল মহিলাগৰাকী। এন আৰ চি কেন্দ্ৰত প্ৰথমে ঢলি পৰে মহিলাগৰাকী। ঘটনাস্থলিত আমছুৰ সদস্য উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত মহিলাগৰাকী জখলাবন্ধা চিকিৎস্যালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলাগৰাকীক। মৃত মহিলা গৰাকীৰ নাম ৰেজিয়া খাতুন (৫০)।  
দেওবাৰে সন্ধিয়া বকোৰ পৰা কলিয়াবৰলৈ ৰাওনা হৈছিল মহিলাগৰাকী। সোমবাৰে পুৱা কলিয়াবৰৰ নলতলিস্থিত এন আৰ চি কেন্দ্ৰত উপস্থিত হয় মহিলাগৰাকী। প্ৰচণ্ড গৰমৰ বাবেই মহিলাগৰাকী ঢলি পৰে এন আৰ চি কেন্দ্ৰত। মূমুৰ্ষ অৱস্থাত মহিলা গৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকী মৃত বুলি ঘোষণা কৰে চিকিৎসকে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.