ETV Bharat / state

নগাঁৱত মানৱতাক লজ্জানত কৰা দুটাকৈ ঘটনা

মঙলবাৰৰ দিনটোত মানৱতাক লজ্জানত কৰা দুটাকৈ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । পুৱাই পথৰ দাঁতিত দুটাকৈ শিশু উদ্ধাৰ হোৱাৰ পিছতেই আন এক হৃদয়হীন পিতৃয়ে এৰি থৈ যোৱা এটি তিনিমহীয়া শিশু উদ্ধাৰ হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ।

নগাঁৱত মানৱতাক লজ্জাজনত কৰা দুটাকৈ ঘটনা
author img

By

Published : Jul 9, 2019, 5:37 PM IST

Updated : Jul 9, 2019, 6:43 PM IST

নগাওঁ, 9 জুলাই: মঙলবাৰে পুৱাই পথৰ দাঁতিত উদ্ধাৰ হয় হৃদয়হীন পিতৃয়ে এৰি থৈ যোৱা দুটাকৈ কণমানি । উৰিয়াগাঁও বাইপাছত উদ্ধাৰ হোৱা কণমানি দুটাৰ পৰিচয় উদ্ধাৰ হয় ই টি ভাৰতত সম্প্ৰচাৰ হোৱা বাতৰিৰ পিছতেই । শিশু দুটা বাগৰিৰ চনম কৰ্মকাৰ আৰু ৰাহুল কৰ্মকাৰ। নিশা পিতৃ কিৰণ কৰ্মকাৰে এৰি থৈ যোৱা শিশু দুটাই পথৰ দাঁতিত কান্দি থকা অৱস্থাত উদ্ধাৰ কৰি স্থানীয় লোকে চমজাই দিয়ে চাইল্ড লাইনক । পুনৰ এনে আন এক ঘটনাই লজ্জানত কৰিছে মানৱতাক । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এটি তিনিমহীয়া দেৱ শিশুক নিজ পিতৃয়ে এৰি থৈ যোৱাৰ ঘটনা সংঘটিত হৈছে নগাঁৱত ।

নগাঁৱত মানৱতাক লজ্জাজনত কৰা দুটাকৈ ঘটনা

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মাতৃ চিকিৎসাধীন হৈ থকাৰ সময়ত মফিজুদ্দিন নামৰ লোকজনে আন এগৰাকী মহিলাৰ হাতত দি পলায়ন কৰে চিকিৎসালয়ৰ পৰা । পিতৃৰ পৰিচয় উদ্ধাৰ হৈছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিষ্ঠুৰ পিতৃ মফিজ উদ্দিন । তিনিমহীয়া দেৱশিশুটিক অৱশেষত চমজাই দিয়া হয় চাইল্ড লাইনত । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
মঙলবাৰৰ দিনটোত নগাঁৱত দুই পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা কণমানি উদ্ধাৰ হোৱা ঘটনাক লৈ অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া । সকলোৰে দাবী দৃষ্টান্তমূলক শাস্তি হব লাগে দুই পিতৃৰ ।

Intro:মঙলবাৰৰ দিনটোত মানৱতাক লজ্জাজনত কৰা দুটাকৈ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। পুৱাই পথৰ দাঁতিত দুটাকৈ শিশু উদ্ধাৰ হোৱাৰ পিছতেই আন এক হৃদয়হীন পিতৃয়ে এৰি থৈ এটি তিনিমহীয়া শিশু উদ্ধাৰ হয় নগাওঁ ভোগেশ্বৰী ফুকণনী অসামৰিক চিকিৎসালয়ত।

Body: মঙলবাৰ। পুৱাই পথৰ দাঁতিত উদ্ধাৰ হয় এটা হৃদয়হীন পিতৃয়ে এৰি থৈ যোৱা দুটাকৈ কণমানি পথৰ দাঁতিত। উৰীয়াগাঁও বাইপাছত উদ্ধাৰ হোৱা কণমানি দুটাৰ পৰিচয় উদ্ধাৰ হয় ই টি ভাৰতত সম্প্ৰচাৰ হোৱা বাতৰিৰ পিছতেই। শিশু দুটা বাগৰিৰ চনম কৰ্মকাৰ আৰু ৰাহুল কৰ্মকাৰ। নিশা পিতৃ কিৰণ কৰ্মকাৰে এৰি থৈ যোৱা শিশু দুটাই পথৰ দাঁতিত কান্দি থকা অৱস্থাত উদ্ধাৰ কৰি স্থানীয় লোকে চমজায় দিয়ে চাইল্ড লাইনক। ei ঘটনা সংঘটিত হোৱাৰ সময়তে এনে আন এক ঘটনাই লজ্জাজনত কৰিছে মানৱতাক। নগাওঁ ভোগেশ্বৰী ফুকণনী অসামৰিক চিকিৎসালয়ত এটি তিনিমহীয়া দেৱ শিশুক নিজ পিতৃয়ে এৰি থৈ যোৱাৰ ঘটনা সংঘটিত হৈছে এইখন নগাঁৱতে। নগাওঁ ভোগেশ্বৰী ফুকণনী অসামৰিক চিকিৎসালয়ত মাতৃ চিকিৎসাধীন হৈ থকাৰ সময়ত মফিজুদ্দিন নামৰ লোকজনে আন এগৰাকী মহিলাৰ হাতত দি পলায়ন কৰে চিকিৎসালয়ৰ পৰা। পিতৃৰ পৰিচয় উদ্ধাৰ হৈছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিষ্ঠুৰ পিতৃ মফিজ উদ্দিন। তিনিমহীয়া দেৱশিশুটিক অৱশেষত চমজায় দিয়া হয় চাইল্ড লাইনত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
bite.

Conclusion:মঙলবাৰৰ দিনটোত নগাঁৱত দুই পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা কণমানি উদ্ধাৰ হোৱা ঘটনাক লৈ অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া। সকলোৰে দাবী দৃষ্টান্তমূলক শাস্তি হব লাগে দুই পিতৃৰ।
--------------------------------------------------------/
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৯-৭-১৯
Last Updated : Jul 9, 2019, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.