ETV Bharat / state

কিশোৰীক নিৰ্যাতন চলাই মুমুৰ্ষ অৱস্থাত পেলাই থৈ গ'ল নগাঁও চহৰত

author img

By

Published : Sep 15, 2022, 5:53 PM IST

নগাঁৱত ভয়ংকৰ ঘটনা (Kidnapping Case in Nagaon)। কিশোৰীক অপহৰণ কৰি উপৰ্যুপৰি নিৰ্যাতন । অপৰাধীয়ে দিন-দুপৰতে চহৰৰ মাজত পেলাই থৈ গ'ল কিশোৰীক ।

Teenager kidnapped and tortured in Nagaon
কিশোৰীক নিৰ্যাতন চলাই মুমুৰ্ষ অৱস্থাত পেলাই থৈ গ'ল নগাঁও চহৰত
  • নগাঁৱত ভয়ংকৰ ঘটনা (Kidnapping Case in Nagaon)
  • কিশোৰীক অপহৰণ কৰি উপৰ্যুপৰি নিৰ্যাতন (Molestation and sexual abuse Teenager)
  • অপৰাধীয়ে দিন-দুপৰতে চহৰৰ মাজত পেলাই থৈ গ'ল কিশোৰীক
  • তিনিদিন পূৰ্বে অপহৰণ কৰা হৈছিল কিশোৰীগৰাকীক
  • মুমুৰ্ষ অৱস্থাত কিশোৰীগৰাকীক পেলাই থৈ গ'ল নগাঁও অসামৰিক চিকিৎসালয়ত
  • ঘটনাক লৈ তীব্ৰ চাঞ্চল্য নগাঁৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.