ETV Bharat / state

ডাঃ দুৰ্লভ চমুৱাৰ মনোনয়ন প্ৰত্যাহাৰৰ আকষ্মিক সিদ্ধান্ত - নিৰ্বাচনত অৱতীৰ্ণ

কংগ্ৰেছৰ পৰা টিকট বঞ্চিত হোৱাৰ পাচতে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি হঠাৎ মনোনয়ন প্ৰত্যাহাৰ কৰিলে ডাঃ দুৰ্লভ চমুৱাই ৷ নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই নিৰ্দলীয়ভাৱে 12 মাৰ্চত মনোনয়ন দাখিল কৰিছিল ।

Suddenly Dr. Durbha Chhowa withdraw his nomination
হঠাৎ ডাঃ দুৰ্লভ চমুৱাই প্ৰত্যাহাৰ কৰিলে মনোনয়ন
author img

By

Published : Mar 17, 2021, 6:30 PM IST

নগাঁও,17 মাৰ্চ: নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই প্ৰত্যাহাৰ কৰিলে মনোনয়ন ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ পৰা দলে বঞ্চিত কৰাৰ বাবেই নিৰ্দলীয়ভাৱে 12 মাৰ্চত মনোনয়ন দাখিল কৰিছিল চমুৱাই ।

বিশেষ সূত্ৰ অনুসৰি, কংগ্ৰেছ দলৰ হাই কমাণ্ড আৰু কৰ্মী-সমৰ্থকৰ লগত হোৱা আলোচনামৰ্মে বুধবাৰে চমুৱাই মনোনয়ন প্ৰত্যাহাৰ কৰে ৷ চমুৱাৰ মনোনয়ন প্ৰত্যাহাৰৰ খবৰ বিয়পি পৰাৰ লগে লগেই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

লগতে পঢ়ক: গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.