ETV Bharat / state

স্তব্ধ হৈ আছে মৈৰাবাৰী পাঞ্জাৱ নেচনেল বেংকৰ কাম

author img

By

Published : Apr 7, 2021, 5:16 PM IST

Updated : Apr 7, 2021, 8:03 PM IST

মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী পাঞ্জাৱ নেচনেল বেংকে বিগত কিছুদিন ধৰি গ্ৰাহকসকলক ভোগাই আহিছে যমৰ যাতনা । পুৱাৰে পৰা গ্ৰাহক সকলে কাম কাজৰ বেংকত ভিৰ কৰে যদিও কাম কাজ সম্পাদন নহয় গ্ৰাহক সকলৰ ৷

কিছু দিনৰ পৰা স্তব্ধ হৈ আছে মৈৰাবাৰী পাঞ্জাৱ নেচনেল বেংকৰ কাম

ধিং, 6 এপ্ৰিল : মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী পাঞ্জাৱ নেচনেল বেংকে বিগত কিছুদিন ধৰি গ্ৰাহকসকলক ভোগাই আহিছে যমৰ যাতনা । পুৱাৰে পৰা গ্ৰাহক সকলে কাম কাজৰ বাবে ভিৰ কৰে বেংকত ৷ কিন্তু কাম কাজ হে সম্পাদন নহয় গ্ৰাহক সকলৰ ৷

বেংকৰ এশ এবুৰি সমস্যাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে গ্ৰাহক সকল ৷ একাংশ লোকে সাংবাদিকৰ আগত সদৰি কৰা মতে, লিংক নথকা, কৰ্মচাৰী নথকা আদি বিভিন্ন অজুহাতত স্থবিৰ হৈ পৰিছে পঞ্জাৱ নেচনেল বেংকৰ কাম কাজ ৷

শীঘ্ৰে বেংকৰ সমস্যা সমাধান নকৰিলে মৈৰাবাৰী বাসী ৰাইজে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক: কাকপথাৰত আলফাৰ ৪২তম প্ৰতিষ্ঠা দিৱস উদযাপন

Last Updated : Apr 7, 2021, 8:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.