ETV Bharat / state

কৰ'ণা লৈ আতংকিত চামগুৰিৰ ২৫ জনীয়া এটা পৰিয়াল

author img

By

Published : Mar 15, 2020, 9:43 PM IST

Updated : Mar 15, 2020, 9:55 PM IST

চামগুৰিত ২৫ জনীয়া পৰিয়ালক লৈ কৰ'ণা আতংক ৷ প্ৰায় ২৫ জনীয়া অঘৰী পৰিয়ালক কেন্দ্ৰ কৰি দেওবাৰে বিয়লি নগাঁৱৰ পুৰণিগুদামত কৰ'ণা ভাইৰাছৰ আতংক দেখা পোৱা গ'ল একাংশ সচেতন লোকৰ মাজত ।

চামগুৰি
কৰ'ণা লৈ আতংকিত চামগুৰিৰ ২৫ জনীয়া পৰিয়াল

নগাঁও, 15 মাৰ্চঃ সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ আতংকই এইবাৰ বাৰুকৈয়ে চুই গৈছে নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চল । প্ৰায় ২৫জনীয়া এটা অঘৰী পৰিয়ালক কেন্দ্ৰ কৰি দেওবাৰে বিয়লি নগাঁৱৰ পুৰণিগুদামত কৰ'ণা ভাইৰাছৰ আতংক দেখা পোৱা গ'ল একাংশ সচেতন লোকৰ মাজত । অঘৰী পৰিয়ালটোৱে বাপুজী পুথিভঁৰালৰ খেলপথাৰ প্ৰাঙ্গণত অনুমতি অবিহনে অস্থায়ীভাৱে কেইবাটাও শিবিৰ পাতি থকা-খোৱা ব্যৱস্থা কৰা প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে। সমগ্ৰ ঘটনাৰ বিষয়ে ফোন যোগে প্ৰশাসনক অৱগত কৰাৰ পিছত উত্তৰ প্ৰদেশৰ পৰা দুখনকৈ বলেৰ' পিক্ আপ গাড়ীৰে অহা সেই অজ্ঞতা পৰিয়ালটোক শীঘ্ৰে খেলপথাৰ ত্যাগ কৰা অনুৰোধ কৰা দেখা যায় উপস্থিত স্থানীয় লোকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একাংশ কৰ্মীয়ে। অৱশ্যে ৰাইজৰ অনুৰোধত সন্ধ্যা সকলো সা-সামগ্ৰী সামৰি সু-শৰীৰে আন ঠাইলৈ আঁতৰি গ'ল অঞ্চলটোলৈ প্ৰায় দুসপ্তাহৰ বাবে ঘৰুৱা ঔষধৰ ব্যৱসায় কৰিবলৈ অহা অঘৰী পৰিয়ালটো।

আৰু পঢ়কঃ ভাগ্যপুৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ "কায়কল্প" পুৰস্কাৰ

Last Updated : Mar 15, 2020, 9:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.