ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ সমৰ্থন ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : Nov 9, 2019, 7:34 PM IST

কোনো পক্ষ নোলোৱাকৈ উচ্চতম ন্যায়ালয়ে সকলোৰে পক্ষত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে বুলি মন্তব্য ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ৷

"উচ্চতম ন্যায়ালয়ৰ ৰায়ে সমাধান কৰিছে ভাৰতৰ দীৰ্ঘদিনীয়া এটা সমস্যা"-নৰেন্দ্ৰ প্ৰসাদ চৌহান

নগাঁও, 9 নৱেম্বৰঃ আজি প্ৰদান কৰা হ’ল বহু বিতৰ্কিত অযোধ্যা বিবাদৰ ৰায়দান ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে সমাধান কৰিছে ভাৰতৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ ৷ এই মন্তব্য সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা নৰেন্দ্ৰ প্ৰসাদ চৌহানৰ ৷ কোনো পক্ষ নোলোৱাকৈ উচ্চতম ন্যায়ালয়ে সকলোৰে পক্ষত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে বুলিও মন্তব্য কৰে ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে ৷ লগতে এই ৰায়ৰ প্ৰতি সন্মান জনাই সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে ৷

অযোধ্যা ৰায়দানৰ ওপৰত নৰেন্দ্ৰ প্ৰসাদ চৌহান মন্তব্য

Intro:উচ্চতম ন্যায়ালয়ৰ ৰায়ে সমাধান কৰিছে ভাৰতৰ দীৰ্ঘদিনীয়া এটা সমস্যা। মন্তব্য সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ।

Body:অযোধ্যাৰ বিবাদমান ভূমি সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে ভাৰতৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ সমাধান কৰিছে। এই মন্তব্য কৰিছে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা নৰেন্দ্ৰ প্ৰসাদ চৌহানে। উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে। কোনো পক্ষ নোলোৱাকৈ উচ্চতম ন্যায়ালয়ে সকলোৰে পক্ষত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে বুলিও মন্তব্য কৰিছে ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে। এই ৰায়ক সকলোৱে সন্মান জনাই শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে।
bite-
-------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-১১-১৯

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.