ETV Bharat / state

বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে তৎপৰ বিধায়িকা আঙুৰলতা ডেকা

author img

By

Published : May 19, 2020, 1:07 PM IST

অন্ধ্ৰপ্ৰদেশত আৱদ্ধ হৈ আছে ৰাজ্যৰ কেইবাখনো জিলাৰ যুৱক । তেঁওলোকক মালিকে খাদ্য আৰু অৰ্থ যোগান নধৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Batarava people locked at Andhra Pradesh
অন্ধ্ৰপ্ৰদেশত আৱদ্ধ লোকক অনাৰ বাবে তৎপৰ বিধায়িকা অঙুৰলতা ডেকা

বটদ্ৰৱা, 19 মেঃ অন্ধ্ৰপ্ৰদেশত আৱদ্ধ হৈ আছে ৰাজ্যৰ কেইবাখনো জিলাৰ যুৱক । কৰ্মসংস্থাপনৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ যোৱা যুৱকসকলে সম্প্ৰতি খাদ্যৰ লগতে তীব্ৰ অৰ্থ সংকটৰ সন্মুখীন হৈছে । আনহাতে তেঁওলোকক মালিকে খাদ্য আৰু অৰ্থ যোগান নধৰাৰো অভিযোগ উত্থাপিত হৈছে ।

অন্ধ্ৰপ্ৰদেশত আৱদ্ধ অসমৰ যুৱক

তেঁওলোকৰ এই দুৰৱস্থাৰ বিষয়ে অৱগত কৰি এজন যুৱকে ফোনযোগে সহায় বিচাৰিছিল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক । বিধায়িকা গৰাকীয়ে ইয়াৰ পিছতেই তৎপৰতাৰে যুৱককেইজনক ওভোটাই অনাৰ বাবে প্ৰচেষ্টা হাতত লৈছে । বিধায়িকা গৰাকীৰ এই তৎপৰতাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰে যুৱককেইজনে ।

লগতে পঢ়ক- ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 121 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.