ETV Bharat / state

মৰিগাঁৱত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতা ওপৰা

কেইটামান দিনতে প্ৰায় আঢ়ৈ কুইণ্টল জৈৱিক তৰমুজ বিক্ৰী কৰি উৎসাহিত হৈছে মৰিগাঁৱৰ উদ্যমী যুৱকসকল। যুৱককেইজনৰ এই উদ্যমী নিশ্চয়েই অসমৰ কৃষি খণ্ডৰ বাবে আশাৰ বতৰা ৷

M
author img

By

Published : Jun 20, 2019, 11:23 PM IST

Updated : Jun 20, 2019, 11:54 PM IST

মৰিগাঁও,20 জুন : সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত কৰা তৰমুজে কঢ়িয়াইছে আশাৰ বতৰা ।চহৰৰ পদপথৰ কাষত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতাওপৰা।

মৰিগাঁৱত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতা ওপৰা


মৰিগাঁৱৰ চৰাইবাহী, ধৰমতুল,বৰচলা আদি বহুকেইখন গাঁৱৰ সংঘটিত এইকেইজন উচ্চ শিক্ষিত যুৱকে পৰীক্ষা মূলকভাৱে তিনিবিঘা মাটিত কৰিছে জৈৱিক পদ্ধতিৰ তৰমুজৰ খেতি। প্ৰতিটো তৰমুজেই ১কি:গ্ৰা: পৰা ৪:৮ কি:গ্ৰা:লৈ হৈছে।
কেইটামান দিনতে প্ৰায় আঢ়ৈ কুইণ্টল জৈৱিক তৰমুজ বিক্ৰী কৰি উৎসাহিত হৈছে মৰিগাঁৱৰ উদ্যমী যুৱকসকল। যুৱককেইজনৰ এই উদ্যমী নিশ্চয়েই অসমৰ কৃষি খণ্ডৰ বাবে আশাৰ বতৰা ৷

মৰিগাঁও,20 জুন : সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত কৰা তৰমুজে কঢ়িয়াইছে আশাৰ বতৰা ।চহৰৰ পদপথৰ কাষত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতাওপৰা।

মৰিগাঁৱত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতা ওপৰা


মৰিগাঁৱৰ চৰাইবাহী, ধৰমতুল,বৰচলা আদি বহুকেইখন গাঁৱৰ সংঘটিত এইকেইজন উচ্চ শিক্ষিত যুৱকে পৰীক্ষা মূলকভাৱে তিনিবিঘা মাটিত কৰিছে জৈৱিক পদ্ধতিৰ তৰমুজৰ খেতি। প্ৰতিটো তৰমুজেই ১কি:গ্ৰা: পৰা ৪:৮ কি:গ্ৰা:লৈ হৈছে।
কেইটামান দিনতে প্ৰায় আঢ়ৈ কুইণ্টল জৈৱিক তৰমুজ বিক্ৰী কৰি উৎসাহিত হৈছে মৰিগাঁৱৰ উদ্যমী যুৱকসকল। যুৱককেইজনৰ এই উদ্যমী নিশ্চয়েই অসমৰ কৃষি খণ্ডৰ বাবে আশাৰ বতৰা ৷

Intro: সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত তৰমুজ।চহৰৰ পদপথৰ কাষত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতাওপৰা। ব্যৱসায়ীয়ে যিমান দাম বিচাৰিছে গ্ৰাহকেও বিনাবাক্যই লৈছে তৰমুজ।পিছে কত আৰুকোনে উৎপাদন কৰিছে এই উচচদামৰ তৰমুজ এই বিষয়ত আমাৰ এক বিশেষ ৰিপৰ্ট।।


Body: এফালে ৰ'দৰ খাও খাও মূৰ্ত্তি।আনফালে মোক খা মোক খা কৰা লোভনীয় থলুৱা তৰমুজ পোহাৰ।কোনে পাৰে নোখোৱাকৈ থাকিবলৈ।। সেয়ে এই তৰমুজৰ কাষৰে পাৰহৈ যোৱা প্ৰতিজন মানুহৰ আৰ্কষণ এইবিধ গ্ৰীষ্মকালীন ফলৰ প্ৰতি। নহবনো কিয় তিকতিকীয়া এইসুস্বাদু ঠাণ্ডা ফল দেখি এইহেন চিৰালফটা ৰ'দত কোনে ৰৱ পাৰে ! সেয়ে লৈছে মনপচন্দৰ তৰমুজ।। লগতে খাই দেহা শাত কৰিছে গৰমত লেবেজান হোৱা মৰিগাঁৱৰ এইসকল বাটৰুৱাই।byte:public's.

হয় কবলৈ বিচাৰিছো মৰিগাঁৱত উৎপাদিত সম্পূৰ্ণ জৈৱিক তৰমুজ বিষয়ে। মৰিগাঁৱৰ চৰাইবাহী, ধৰমতুল,বৰচলা আদি বহুকেইখন গাঁৱৰ সংঘটিত এইকেইজন উচ্চ শিক্ষিত যুৱকে পৰীক্ষা মূলকভাৱে তিনিবিঘা মাটিত কৰিছে এইবিধ সুস্বাদু তৰমুজ। ইটিভি ভাৰতক জনোৱা মতে প্ৰতিটো তৰমুজেই ১কি:গ্ৰা: পৰা ৪:৮ কি:গ্ৰা:লৈ হৈছে। ইয়াৰ প্ৰমাণ প্ৰতিটো তৰমুজত লগোৱা এই লেবেল সমূহ। মনকৰিবলগীয়া যে এইকেইজন উচচশিক্ষিত যুৱকে প্ৰতিটো তৰমুজৰ ওজন অনুসৰি দামো লিখি দিছে। আৰু গ্ৰাহক সকলেও মৰিগাঁৱৰ এইসকল শিক্ষিত যুৱকক উৎসাহিত কৰিবলৈ কোৱা দামতে ক্ৰয় কৰিছে।byte: customer,
উল্লেখযোগ্য যে মৰিগাঁৱৰ চহৰৰ বজাৰত এতিয়া এই জৈৱিক তৰমুজৰ চাহিদা ভাল। চালানী তৰমুজৰ বিপৰীতে দাম মঙহা যদিও তালৈ ভ্ৰূক্ষেপ নাই স্বাস্হ্যৰ প্ৰতি সচেতন গ্ৰাহকৰ। সেয়ে যোৱা কেইদিনত প্ৰায় আঢ়ৈ কুইণ্টল জৈৱিক তৰমুজ বিক্ৰী কৰি উৎসাহিত হৈছে মৰিগাঁৱৰ উদ্যমী যুৱকসকল। আৰু আশা ৰাখিছে এনেদৰে গ্ৰাহকৰ সহযোগিতা লাভ কৰি থাকিলে নিশ্চিত ভাৱে আগবাঢ়ি যোৱাত মনোবল যোগাব।byte: educated farmers.
হয়,নিশ্চিত ভাৱে এই য়া ৰাজ্য কৃষি অৰ্থনীতি ৰ বাবে এক আশাপদ বিষয়।






Conclusion:ratul deka,etvbharat.morigaon
Last Updated : Jun 20, 2019, 11:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.