ETV Bharat / state

খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ পবিতৰাৰ জীৱকুল

author img

By

Published : Jul 28, 2020, 10:12 PM IST

ৰাজ্যৰ এই জটিল সময়ছোৱাত খাদ্য আৰু বাসস্থানৰ অভাৱত পৰা পবিতৰাৰ জীৱকুল ওলাই আহিছে জনাঞ্চললৈ । স্থানীয় ৰাইজৰ সহযোগত নাৱেৰে খাদ্য যোগান এশিঙীয়া গঁড় আৰু ম'হক । আনহাতে,খাদ্য সংকটত পৰা জীৱকুলক খাদ্যৰ যোগান ধৰিছে মায়ঙবাসী ৰাইজে ৷ লগতে,বানপানীৰ বাবে মেতেকা আঁতৰাবলৈ বন বিভাগৰ সহযোগত মায়ং ক্ৰীড়া সন্থাই লৈছে উপযুক্ত ব্য়বস্থা ।

Morigaon pabitora wildlife flood update
খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ পবিতৰাৰ জীৱকুল

মৰিগাঁও, 28 জুলাই : ৰাজ্যত বৃদ্ধি পোৱা বানাপানীৰ বাবে ইতিমধ্যে বিলাই বিপত্তি নোহোৱা হৈছে বানাক্ৰান্ত ৰাইজৰ ৷ ঘৰ-মাটি পানীত বুৰ যোৱাৰ বাবে বানাক্ৰান্তই আশ্ৰয় ল'ব লগা হৈছে মাথাউৰি বা আশ্ৰয় শিবিৰত ৷

ৰাজ্যৰ এই জটিল সময়ছোৱাত খাদ্য আৰু বাসস্থানৰ অভাৱত পৰা পবিতৰাৰ জীৱকুল ওলাই আহিছে জনাঞ্চললৈ । স্থানীয় ৰাইজৰ সহযোগত নাৱেৰে খাদ্য যোগান এশিঙীয়া গঁড় আৰু ম'হক । আনহাতে,খাদ্য সংকটত পৰা জীৱকুলক খাদ্যৰ যোগান ধৰিছে মায়ঙবাসী ৰাইজে ৷ লগতে,বানপানীৰ বাবে মেটেকা আঁতৰাবলৈ বন বিভাগৰ সহযোগত মায়ং ক্ৰীড়া সন্থাই লৈছে উপযুক্ত ব্য়ৱস্থা ।

উল্লেখ্য যে,খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা গঁ‌ড়-ম'হৰ জাকক পবিতৰা কৰ্তৃপক্ষৰ সহযোগত স্থানীয় আছু,জিপ চাফাৰী সন্থা আৰু মায়ঙৰ সচেতন যুৱক সকলৰ লগতে একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে যোগান ধৰিছে ঘাঁহকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী ৷

লগতে পঢ়ক : পুনৰ দেখিবলৈ পোৱা যাব নেকি শ্বাহৰুখ-দীপিকাৰ যুটি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.