ETV Bharat / state

মৰিগাঁৱত গাওঁ পঞ্চায়ত সচিবৰ মইমতালি

author img

By

Published : Oct 3, 2019, 10:33 AM IST

মৰিগাঁৱত গাঁও পঞ্চায়ত সচিব হবিবুৰ ৰহমানৰ দৌৰাত্ম্য । অঞ্চলজুৰি প্ৰতিক্ৰিয়া ।

মণিপুৰটুপ গাঁও পঞ্চায়তত গাওঁসভাক লৈ বিতৰ্ক

মৰিগাঁও, 3 অক্টোবৰ: মৰিগাঁৱত ১৫০বছৰীয়া গান্ধী জয়ন্তীৰ উপলক্ষে অনুষ্ঠিত কৰা গাওঁসভাৰ নামত সচিব হবিবুৰ ৰহমানৰ মইমতালি । মণিপুৰটুপ গাঁও পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানে গাঁও পঞ্চায়তৰ বিপৰীতে বিদ্যালয়ত একাংশ দলীয় কৰ্মীক লৈ পাতিলে গাঁওসভা ।

মৰিগাঁৱত গাঁও পঞ্চায়ত সচিব হবিবুৰ ৰহমানৰ দৌৰাত্ম্য

উল্লেখযোগ্য যে, ১৫০বছৰীয়া গান্ধী জয়ন্তীৰ উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও গ্ৰামোন্নয়নৰ অন্তৰ্গত মণিপুৰটুপ গাঁও পঞ্চায়ততো গাঁও সভা অনুষ্ঠিত হ'ব বুলি মঙলবাৰে মাইক যোগে ঘোষণা কৰা হৈছিল । সেই অনুসৰি পঞ্চায়তখনত চৰকাৰী কাৰ্যসূচীৰ অনুপাতে গান্ধীৰ মূৰ্তিত বন্তি প্ৰজ্বলন, পদযাত্ৰা আৰু চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পিছে এইসভাতে পঞ্চায়ত সচিব হবিবুৰ ৰহমান অনুপস্থিত থকা দেখা গ'ল । তাৰ বিপৰীতে হবিবুৰ ৰহমানে বিদ্যালয় এখনতহে দলীয় কৰ্মীক লৈ সুকীয়াকৈ সভা পাতে ৷ এই ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

Intro:মৰিগাঁৱত গাঁও পঞ্চায়ত সচিব হবিবুৰ ৰহমানৰ দৌৰাত্ম্য । পঞ্চায়তী ৰাজ আইনক কবৰ দি গাঁও পঞ্চায়তৰ পৰিবৰ্তে মইমতালিৰে বিদ্যালয়ত অনুষ্ঠিত কৰিলে গাঁও সভা। অঞ্চলজুৰি প্ৰতিক্ৰিয়া । বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নে সংশ্লিষ্ট বিভাগে।Body:মৰিগাঁৱত ১৫০বছৰীয়া গান্ধী জয়ন্তীৰ উপলক্ষে অনুষ্ঠিত কৰা গাওঁসভাৰ নামত সচিব হবিবুৰ ৰহমানৰ মইমতালি ।গাঁও পঞ্চায়তৰ পৰিবৰ্তে বিদ্যালয়ত সুকীয়াকৈ পাতিলে গাঁওসভা।
মৰিগাঁৱত গাঁওসভাৰ নামত মণিপুৰটুপ গাঁও পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানৰ মইমতালি । গাঁও পঞ্চায়তৰ বিপৰীতে বিদ্যালয়ত একাংশ দলীয় কৰ্মীক লৈ পাতিলে গাঁওসভা।এইয়া তাৰেই দৃশ্য । সচিব হবিবুৰৰ ৰহমানৰ নেতৃত্বত চলা অনুষ্ঠিত হোৱা গাঁওসভা।চাওক বিদ্যালয়ৰ ব্লেক বৰ্ডত চকপেঞ্চিলেৰে লিখি লৈ আঁচনিৰ বিষয়ে আলোচনা আগবঢ়াইছে সচিব হবিবুৰে।সাংবাদিকৰ প্ৰশ্ন কৰিলে সভানেত্ৰীৰ সৈতে সংঘাট বা মনোমালিন্য আছে নেকি ? উত্তৰত নাই বুলি কলে যদিও থতমত খালে সচিব হবিবুৰে ।একো নাই ।সেয়েহে কলে আজি গাঁও পঞ্চায়ত গ্ৰামসভা অনুষ্ঠিত কৰাৰ বিষয়ে নাজানে স্বয়ং সচিব হবিবুৰে।bytes: GP.secty
উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও গ্ৰামোন্নয়নৰ অন্তৰ্গত মণিপুৰটুপ গাঁও পঞ্চায়তটো মঙলবাৰে মাইক যোগে গাঁও সভাৰ ঘোষণা কৰিছিল।আৰু সেই অনুসৰি পঞ্চায়তখনত চৰকাৰী কাৰ্যসূচীৰ অনুপাতে গান্ধীৰ মূৰ্তিত বন্তি প্ৰজ্বলন, পদযাত্ৰা আৰু চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে । পিছে সভাপতি পাতিলেও এইসভাত নাথাকিল পঞ্চায়ত সচিব হবিবুৰ ।byte: president,womenConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.