ETV Bharat / state

বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চুমু ৰংহাঙৰ

সমগ্ৰৰাজ্যৰ লগতে মৰিগাঁৱতো ভয়ংকৰ বান পৰিস্থিতি । ঘৰ দুৱাৰকে ধৰি হাজাৰ-হাজাৰ কৃষিভূমি পানীত ডুব গৈ থকাৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি হয় । মৰিগাঁৱৰ ভয়াৱহ বান পৰিস্থিতি বুজ লোৱাৰ বাবে মৰিগাঁও আৰ্বত্ত ভৱনত উপস্থিত হয় মন্ত্ৰী ৰংহাং।

বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চুমু ৰংহাঙৰ
author img

By

Published : Jul 19, 2019, 5:02 PM IST

মৰিগাঁও, ১৯ জুলাইঃ মৰিগাঁৱত ভয়াৱহ বান পৰিস্থিতি । পৰিস্থিতি বুজ লবলৈ উপস্থিত হ'ল মন্ত্ৰী চুমু ৰংহাঙ ।

বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চুমু ৰংহাঙৰ

সমগ্ৰৰাজ্যৰ লগতে মৰিগাঁৱতো ভয়ংকৰ বান পৰিস্থিতি । ঘৰ দুৱাৰকে ধৰি হাজাৰ-হাজাৰ কৃষিভূমি পানীত ডুব গৈ থকাৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি হয় । মৰিগাঁৱৰ ভয়াৱহ বান পৰিস্থিতি বুজ লোৱাৰ বাবে মৰিগাঁও আৰ্বত্ত ভৱনত উপস্থিত হয় মন্ত্ৰী ৰংহাং। মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত ঋতু ৰাজ বৰা সহ জিলাখনৰ মৰিগাঁও ৰাজহচক্ৰৰ মাৰাকলং,উদৰী-বাখৰবড়ী, ভূৰাগাঁও,লাহৰীঘাট ৰাজচক্ৰ ,মায়ং ৰাজহচক্ৰৰ মনহা আদিৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি বানাক্ৰান্তৰে মতবিনিময় কৰি চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ বানসাহাৰ্য আগবঢ়োৱাৰ আশ্বাস দিয়ে । উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে মৰিগাঁৱৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হব বুলি উল্লেখ কৰে ।

লগতে আন এটা বাতৰি - বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

Intro: অৱশেষত মৰিগাঁৱৰ পলয়ংকয়ী বানপৰিস্হিতি বুজ লবলৈ আহিল মন্ত্ৰী চুমু ৰংহাঙ। শুক্ৰবাৰে মন্ত্ৰী ৰংহাঙে কি কলে ইটিভিক চাওক আমাৰ এক প্ৰতিবেদন।

Body:অৱশেষত ঘূমতি ভাগিল মৰিগাঁও-নগাঁৱৰ দায়িত্বত থকা অসম চৰকাৰৰ মন্ত্রী চুমু ৰংহাঙৰ। শুক্ৰবাৰে মৰিগাঁৱৰ ভয়াবহ বানপৰিস্হিতি বুজ লোৱাৰ বাবে মৰিগাঁও আৰ্বত্তভৱনত উপস্থিত হয় মন্ত্ৰী ৰংহাং। মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত ঋতু ৰাজ বৰা সহ জিলাখনৰ মৰিগাঁও ৰাজহচক্ৰৰ মাৰাকলং,উদৰী-বাখৰবড়ী, ভূৰাগাঁও,লাহৰীঘাট ৰাজচক্ৰ ,মায়ং ৰাজহচক্ৰৰ মনহা আদিৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি বানাক্ৰান্তৰে মতবিনিময় কৰি চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ বানসাহাৰ্য আগবঢ়োৱাৰ আশ্বাস দিয়ে।
উল্লেখযোগ্য যে মন্ত্ৰী গৰাকীয়ে মৰিগাঁৱৰ বানপৰিস্হিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হব বুলি উল্লেখ কৰি কেন্দ্ৰ পৰা আবন্তিত ২৫১কোটি টকা খৰছ কৰি থকা বুলি জানিব দিয়া য়ে ইটিভি ভাৰতক।byte:minister.

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.