ETV Bharat / state

মুখ্যমন্ত্ৰী নিৰ্দেশত মাজুলীত মন্ত্ৰী ৰঞ্জিত দত্ত

সোমবাৰে বান পৰিস্থিতিৰ বুজ ল'বলৈ বিয়লি ৬.৩০ বজাত মাজুলীত উপস্থিত হয় হস্ততাঁত আৰু বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত ৷

মুখ্যমন্ত্ৰী নিৰ্দেশত মাজুলীত মন্ত্ৰী ৰঞ্জিত দত্ত
author img

By

Published : Jul 15, 2019, 10:58 PM IST

মাজুলী,15 জুলাইঃ সোমবাৰে বান পৰিস্থিতিৰ বুজ ল'বলৈ বিয়লি ৬.৩০ বজাত মাজুলীত উপস্থিত হয় হস্ততাঁত আৰু বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত ৷

উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ মূৰব্বী সকলৰ লগত এখন বৈঠকত মিলিত হয় জিলাখনৰ বান পৰিস্থিতিত প্ৰশাসনৰ ফালৰ পৰা হাতত লোৱা কাৰ্য ব্যৱস্থাৱলীৰ খতিয়ান ল'য় মন্ত্ৰীগৰাকীয়ে ৷ জলসম্পদৰ মথাউৰি সমূহ মেৰামতি কৰি মন্ত্ৰীজনে মঙলবাৰে পুৱা জিলাখনৰ বানাক্ৰান্ত এলেকা আৰু সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰিব ।

Intro:মুখ্যমন্ত্ৰী নিৰ্দেশত মাজুলী মন্ত্ৰী ৰঞ্জিত দত্ত।। প্ৰশাসনৰে বৈঠক।।

V.o----মাজুলীৰ বানপৰিস্থিতিৰ বুজ ল'ৱলৈ হস্ততাঁত আৰু বস্ত্ৰ দপ্তৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দত্ত আজি বিয়লি ৬.৩০ বজাত মাজুলীত উপস্থিত হয়। মন্ত্ৰী জনে সন্ধিয়া প্ৰায় ৭ বজাত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাপ্ৰশাসন তথা বিভিন্ন বিভাগৰ মূৰব্বীসকলৰ লগত এখন বৈঠকত মিলিত হৈ জিলাখনৰ বানপৰিস্থিতি চম্ভালিবলৈ প্ৰশাসনৰ ফালৰ পৰা হাতত লোৱা কাৰ্য ব্যৱস্থাৱলীৰ খতিয়ান ল'য়। Body:মাজুলীত খাদ্য বস্তু মজুত থকাৰ লগতে শিশু খাদ্য দিয়া হৱ বুলি উল্লেখ কৰে। জলসম্পদ ৰ মথাউৰি সমূহ মেৰামতি কৰি ৰক্ষাৰ নিৰ্দেশ দিয়ে। তদুপৰি মাননীয় মন্ত্ৰী জনে কাইলৈ (১৬ জুলাই২০১৯) পুৱা জিলাখনৰ বানাক্ৰান্ত এলেকা আৰু সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰব।Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.