ETV Bharat / state

লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংগা

author img

By

Published : Apr 1, 2019, 9:08 PM IST

লখিমপুৰ আৰু নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰগতি আৰু উন্নয়নৰ বাবে আকৌ এবাৰ মোডী চৰকাৰৰ ধ্বনিৰে নিৰ্বাচনী সভাৰ শুভাৰম্ভনি কৰে মন্ত্ৰী গৰাকীয়ে ৷

লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংগা

লখিমপুৰ, 1 এপ্ৰিলঃ সোমবাৰে প্ৰদান বৰুৱাৰ হৈ লখিমপুৰ আৰু নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰগতি আৰু উন্নয়নৰ বাবে আকৌ এবাৰ মোডী চৰকাৰৰ ধ্বনিৰে নিৰ্বাচনী সভাৰ শুভাৰম্ভনি কৰে মন্ত্ৰী গৰাকীয়ে৷

লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংগা

লখিমপুৰত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিৰোধী পক্ষক কথাৰে থকা- সৰকা কৰে মন্ত্ৰী গৰাকীয়ে । উক্ত সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ স্বাৰ্থত বদৰুদ্দিন আজমলৰে মিত্ৰতা কৰা বুলি কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে৷ হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ বিজেপি কৰ্ম কৰ্তাৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায় ।

Intro:#HBS speech নাওবৈচা

#বিহপুৰীয়া-নাওবৈচা সংযোগী ডিক্ৰং নদীৰ ওপৰত দলঙৰ কাম আৰম্ভ হৈছে
#এইবাৰ ফুলবাৰী -ৰামপুৰ বগীবিল সংযোগী দলং দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ।
#মহিলা আত্মা সহায়ক গোটক আকৌ 50 হাজাৰ পাব। যি সকলে আগত 25 পাইছিল তেওঁলোকে 50 পাব আৰু 50 হাজাৰ পোৱাসকলে 1 লাখ পাব।
#বিধবা সকলে প্ৰতি মাহে নিয়মীয়া পেঞ্চন পাব
#চেনী আৰু কেৰাচিন তেলৰ দাম কমাই দিয়া হব
#যি সকলৰ স্বামী অসুখ হৈ মৃত্যু হয় তেওঁলোকক এমাহৰ ভিতৰতে 25 হাজাৰ টকা তৎকালীন ভাবে দিয়া হব।
#প্ৰতিগৰাকী ছোৱালীক বিয়াৰ সময়ত ১তোলা সুন দিয়া হব।( কোৰ্টত বিয়াৰ ৰেজিষ্টাৰ কৰা ছোৱালীক)
#
#প্ৰদান বৰুৱা বিপুল ভোটত জয়ী হব
#অসমৰ প্ৰগতি আৰু উন্নয়নৰ বাবে আকৌ এবাৰ মোদী চৰকাৰBody: লখিমপুৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰConclusion:নিতুল বৰা । নাওবৈচা । লখিমপুৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.