কোকৰাঝাৰ,২৩ জুনঃ শনিবাৰে কোকৰাঝাৰত শিশু নিৰাপত্তাৰ সন্দৰ্ভত অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ । কোকৰাঝাৰৰ দেৱৰগাঁৱত থকা চি আই টিৰ প্ৰেক্ষাগৃহত বেচৰকাৰী সংস্থা নেদান ফাউণ্ডেচন সংস্থা আৰু ইউনিচেফৰ সহযোগত অনুষ্ঠিত হয় এই আলোচনাচক্ৰখন । উল্লেখ্য যে, কোকৰাঝাৰৰ নেদান ফাউণ্ডেচন সংস্থা আৰু ইউনিচেফৰ সহযোগত শিশু নিৰাপত্তাক লৈ কাম কৰাৰ লক্ষ্যৰে গাঁৱৰ বিভিন্ন অঞ্চলত গ্ৰামীণ শিশু নিৰাপত্তা সমিতিও গঠন কৰা হৈছিল । শনিবাৰে এই সমিতিকলৈয়ে উক্ত আলোচনা চক্ৰ অনুষ্ঠিত হয় । মূলতঃ বাল্য বিবাহ , ধৰ্ষণ, শিশু শ্ৰমিকৰ ওপৰত আলোচনা কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ "লিগেল ছাৰ্ভিস অথ'ৰিটি"ৰ অধ্যক্ষ বিদ্যুৎ মেধি, কোকৰাঝাৰ শিশু কল্যাণ সংস্থাৰ চেয়াৰমেন মলয়া ডেকাকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট লোক ।
কোকৰাঝাৰত শিশুৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা চক্ৰ
নেদান ফাউণ্ডেচন সংস্থা আৰু ইউনিচেফৰ সহযোগত কোকৰাঝাৰত অনুষ্ঠিত হয় শিশু নিৰাপত্তাৰ ওপৰত এখনি আলোচনা চক্ৰ
কোকৰাঝাৰ,২৩ জুনঃ শনিবাৰে কোকৰাঝাৰত শিশু নিৰাপত্তাৰ সন্দৰ্ভত অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ । কোকৰাঝাৰৰ দেৱৰগাঁৱত থকা চি আই টিৰ প্ৰেক্ষাগৃহত বেচৰকাৰী সংস্থা নেদান ফাউণ্ডেচন সংস্থা আৰু ইউনিচেফৰ সহযোগত অনুষ্ঠিত হয় এই আলোচনাচক্ৰখন । উল্লেখ্য যে, কোকৰাঝাৰৰ নেদান ফাউণ্ডেচন সংস্থা আৰু ইউনিচেফৰ সহযোগত শিশু নিৰাপত্তাক লৈ কাম কৰাৰ লক্ষ্যৰে গাঁৱৰ বিভিন্ন অঞ্চলত গ্ৰামীণ শিশু নিৰাপত্তা সমিতিও গঠন কৰা হৈছিল । শনিবাৰে এই সমিতিকলৈয়ে উক্ত আলোচনা চক্ৰ অনুষ্ঠিত হয় । মূলতঃ বাল্য বিবাহ , ধৰ্ষণ, শিশু শ্ৰমিকৰ ওপৰত আলোচনা কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ "লিগেল ছাৰ্ভিস অথ'ৰিটি"ৰ অধ্যক্ষ বিদ্যুৎ মেধি, কোকৰাঝাৰ শিশু কল্যাণ সংস্থাৰ চেয়াৰমেন মলয়া ডেকাকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট লোক ।
ককৰাঝাৰৰ দেৱৰগাঁওত থকা চি আই টিৰ প্ৰেক্ষাগৃহত নেদান ফাউনদেছন সংস্থা আৰু উনিচেফৰ সহযোগত এখনশিশু নিৰাপত্তা ওপৰত আলোচনা চক্ৰ শুনিবাৰে হৈ যায়।
Body:কোকৰাঝাৰৰ এটা বেচৰকাৰী সংস্থা নেদান ফাউনদেছনে এটিমধ্যে শিশু নিৰাপত্তাক লৈ কাম কৰাৰ লক্ষ্যৰে গাঁওৰ বিভিন্ন অঞ্চলত গ্ৰামীণ শিশু নিৰাপত্তা সমিতিও গঠন কৰাহৈছিল। আজি এই সমিতিক লৈয়ে আলোচনা চক্ৰত বহে । মূলত বাল্যে বিবাহ, ধৰ্ষণ, শিশু শ্ৰমিকৰ ওপৰত আলোচনা লগতে চৰাকী ভাবে আইনগোট কি আছে তাৰ ওপৰত আলোচনা কৰে।
Conclusion:উক্ত অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ লিগেল ছাৰ্বিস অথৰীতিৰ অধ্যক্ষ বিদ্যুৎ মেধি, কোকৰাঝাৰ শিশু কৈলান সংস্থাৰ চিয়াৰমেন মলয়া ডেকা থাকে। আলোচনাচক্ৰ খেকৰ পিছত নেদান ফাউনদেছন সংস্থায়ে শিশু কৈলান আৰু নিৰাপত্তাৰ হকে কামকৰি অহা নথি পত্ৰক কোকৰাঝাৰ লিগেল ছাৰ্বিস অথৰীতিক হস্তান্তৰ কৰে।