ETV Bharat / state

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান

ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাই অহাৰ পাছতো জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান
author img

By

Published : Sep 12, 2019, 4:48 PM IST

কৰিমগঞ্জ, 12 চেপ্তেম্বৰঃ ড্ৰাগছৰ কৱলত কৰিমগঞ্জ চহৰ ৷ চহৰখনৰ অলিয়ে গলিয়ে এতিয়া ড্ৰাগছৰ অবাধ বেহা ৷ দীৰ্ঘদিন ধৰি চহৰখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহাৰ লগতে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাই অহাৰ পাছতো জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ অৱশেষত বৃহস্পতিবাৰে স্থানীয় ৰাইজে জিলা খনৰ নিলামবজাৰত অভিযান চলাই ড্ৰাগছ ব্যৱসায় আৰু ড্ৰাগছ সেৱনৰ লগত জড়িত কেইবাজনো দুষ্কৃতিকাৰীক উত্তম-মধ্যম শোধাই নিলামবাজাৰ আৰক্ষীক গতাই দিয়ে ৷

Intro:Body:Script
মাত্ৰা অতিৰিক্ত ড্ৰাগছৰ বেহা আৰু এই নেচা সেৱনৰ প্ৰতি দিন দিন মাত্ৰা অতিৰিক্ত বৃদ্ধি পাইছে। আৰক্ষী প্ৰশাসনে ইয়াৰ বিৰুদ্ধে এতিয়া লৈকে সঠিক পদক্ষেপ গ্ৰহণ নোকৰাকৈ তীব্ৰ ক্ষোভ পৌহৰলৈ আহে কৰিমগজ্ঞ জিলাৰ নিলামবাজাৰত। ইয়াত স্হানীয় ৰাইজে এই অবৈধ ব্যবসা আৰু সেৱন কাৰী যুবক সকলোক ধৰ পাকড়ৰ বাবে আগবাঢ়াইছে সাধাৰণ ৰাইজ। আজি নিলামবাজাৰ ৰাইজে বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ সেৱন আৰু বেহাৰ লগত জড়িত দুষ্কিত আটক কৰি উত্তম-মাধ্যাম দিয়ে নিলামবাজাৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

আমিৰুল আলম সিদ্দেকী , দক্ষিণ কৰিমগজ্ঞ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.