কৰিমগঞ্জ, 28 ছেপ্তেম্বৰঃ কৰিমগঞ্জৰ ঘাটুধৰমত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত জাহ যায় চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ ৷ বৈদ্যুতিৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ ৷ বদৰপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডটোত প্ৰায় 15 লক্ষ টকাৰ সা-সম্পত্তি বিনষ্ট হোৱাৰ সন্দেহ ৷

লগতে পঢ়ক-বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং