ETV Bharat / state

ত্ৰিপুৰাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Mar 2, 2019, 9:09 PM IST

জুইত জাহ গ'ল বহুকেইখন ব্যৱসায়ীক প্ৰতিষ্ঠান

ত্ৰিপুৰাত ভয়ংকৰ অগ্নিকাণ্ড

ত্ৰিপুৰা,২ মাৰ্চঃ শনিবাৰে বিয়লি ত্ৰিপুৰাৰ কদমতলাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । জুইত জাহ গ'ল ছখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান । বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ।

ত্ৰিপুৰাত ভয়ংকৰ অগ্নিকাণ্ড

উল্লেখ্য যে জাহ যোৱা প্ৰতিষ্ঠান কেইখনৰ ভিতৰত আছিলবহুকেইখন কাপোৰৰ দোকান আৰু এখন জুয়েলাৰ্চ । অৱশেষত অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰচেষ্টাত নিয়ন্ত্ৰণলৈ আহে জুই ।

Slug.Tripura fire incident.

ত্ৰিপুৰাৰ কদমতলাত  ভয়াবহ  অগ্নিকাণ্ড।জুইত জা গল ছটা কৈ ব্যৱসায়ীক প্ৰতিষ্ঠান।ক্ষয়ক্ষতিৰ পৰিমাণ দলাখ টকা বুলি জানিব পোৱা গৈছে। আজি বিয়লি সংগঠিত হৈছে এই ঘটনা।অগ্নিকাণ্ডৰ কাৰণ এতিয়া লৈকে পোহৰলৈ অহা নাই।ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত কাপোৰৰ দোকান আৰু এখন জুয়েলাৰ্চ ও আছে।দমকল বাহিনীৰ চেষ্টা চলালেও অগ্নিকাণ্ড নিয়ন্ত্ৰণত আনিব পৰা নাই।
BPN CHAKRABORTY KARIMGANJ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.