ETV Bharat / state

অমানৱীয় বৰ্বৰতাঃ কৰিমগঞ্জত 5 বছৰীয়া শিশু ধৰ্ষণ

একেটা ভাৰাঘৰতে বাস কৰা সহদেব দাস নামৰ যুৱক এজনে ঘৰত কোনো নথকাৰ চলেৰে এগৰাকী পিতৃহাৰা 5 বছৰীয়া শিশুক ধৰ্ষণ কৰে ৷ সহদেবক কৰায়ত্ত কৰাৰ অভিযানত কৰিমগঞ্জ আৰক্ষী ৷

অমানবীয় বৰ্বৰতাঃ কৰিমগঞ্জত 5 বছৰীয়া শিশু ধৰ্ষণ
author img

By

Published : Mar 21, 2019, 10:26 PM IST

21 মাৰ্চ, হাইলাকান্দিঃ জনসাধাৰণক সৰ্বদিশৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ হ'লেও ব্যৰ্থ আৰক্ষী প্ৰশাসন৷ ৰাজ্যত সঘনে চলি অহা ধৰ্ষণ কাণ্ডই ইয়াকে উদঙাইছে ৷

বুধবাৰে কৰিমগঞ্জতো সংঘটিত হয় এক বৰ্বৰ ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি একেটা ভাৰাঘৰতে বাস কৰা সহদেব দাস নামৰ যুৱক এজনে ঘৰত কোনো নথকাৰ চলেৰে এগৰাকী পিতৃহাৰা 5 বছৰীয়া শিশুক ধৰ্ষণ কৰে ৷ আনৰ ঘৰত বনকৰা শিশুটিৰ মাতৃয়ে কামৰ পৰা ওভতাৰ পিচত প্ৰতিবেশীৰ পৰা সকলো ঘটনাৰ বিষয়ে জানিবলৈ পায় সংজ্ঞাহীন হৈ পৰে ৷

অমানৱীয় বৰ্বৰতাঃ কৰিমগঞ্জত 5 বছৰীয়া শিশু ধৰ্ষণ

আনহাতে সম্পূৰ্ণ ঘটনা গাপ দিয়াৰ চেষ্টা কৰে ভাৰাঘৰৰ মালিকনীয়ে ৷ যদিও কিছু প্ৰতিবেশী লোকে ইতিমধ্যে মহিলা গৰাকীৰ পক্ষত থিয় দি নিশাৰ ভাগতে আৰক্ষী ওচৰত গোচৰ ৰুজুকৰে ৷ কিন্তু বৰ্তমানো পলাতক ধৰ্ষণকাৰী সহদেব ৷ সহদেবক কৰায়ত্ত কৰাৰ অভিযানত আছে কৰিমগঞ্জ আৰক্ষী ৷

SLUG: FIVE YEARS GIRL RAPED
 কৰিমগঞ্জত জঘন্যতম অপৰাধ সংঘটিত হল | শহৰৰ কাহৰিয়া এটা গাওঁত ৫ বছৰিয়া শিশুকন্যাক ধৰ্ষন কৰিলে এক পাষণ্ডয় | সহদেব দাস নামৰ লম্পটে ধৰ্ষন কৰি আত্মগোপন কৰিছে | ঘটনা লৈ হতদৰিদ্ৰ মাতৃয়ে পোৱতি নিশা কৰিমগঞ্জ সদৰ থানাত গোচৰ ৰজ্জু কৰিছে | স্বামীহাৰা মহিলাগৰাকিয়ে ৫ বছৰিয়া কন্যা সন্তানক লৈ অতি দৰিদ্ৰতাৰে জীৱন অতিবাহিত কৰি আহিছিল । লোকৰ ঘৰত বনকৰা কৰ্মী হিচাপে দিনৰ পৰা ৰাতিলৈকে কেইবাটাও ঘৰত কাম কৰি জিবিকা নিৰ্বাহ কৰি আহিছিল । কৰিমগঞ্জ চহৰৰ নিলগত এটা ঝুপুৰিবস্থিত ভাৰাতিয়া হিচাপে আছিল । ঘৰটোত আনকেইজন ভাৰাতিয়াৰ লগতে সহদেব দাসো পৰিৱাৰৰ সৈতে বসবাস কৰি আহিছিল । আন দিনৰ দৰে যোৱাকালি মহিলাগৰাকি কামৰ বাৱে ওলাই যোৱাৰ পাছত শিশুটিক অকলে পাই সহদেবে ঘৰত সোমাই দুষ্কৰ্ম চৰিতাৰ্থ কৰে । এনে ঘটনা আন এগৰাকি ভাৰাতিয়া মহিলায় দেখি পাইছিল । সন্ধিয়াৰ পাছত মহিলাগৰাকি ঘৰত উভতি আহিলে প্ৰতিবেশীৰ পৰা ঘটনা শুনাৰ পাছত সজ্ঞাহীন হৈ পড়ি যায় । ইয়াৰ পাছতেই পাশকাহৰিয়া সকলে জানি লয় ঘটনাটো । ঘৰৰ মালিকিনে ঘটনাটো গাপ দিয়াৰ চেষ্ঠা চলালেও প্ৰতিবেশী কিছু শুভবুদ্ধিসম্পন্ন লোকে মহিলাৰ পক্ষত থিয় দি পোৱতি নিশা কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰে । ইফালে ৰাতিৰ ভাগত ঘটনাৰ খবৰ পাই লোক একত্ৰিত হব ধৰিলে সহদেব দাস এলাকাৰ পৰা পলায়ন কৰে । সহদেবক কৰায়ত্ব কৰাৰ বাৱে আৰক্ষী অভিযান অব্যাহত ৰাখিছে ।
BYTE:- Public & Mother
কৰিমগঞ্জ, ২১-০৩-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.