ETV Bharat / state

উত্তৰ গুৱাহাটীত গ্ৰেপ্তাৰ দুধৰ্ষ ডকাইত আবু বক্কাৰ - ইটিভি ভাৰত আসম

আৰক্ষীৰ তালাচীৰ উমান পায় হাজো, দদৰা,আমিনগাঁও আৰক্ষীৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল দুধৰ্ষ ডকাইত-গাড়ী চুৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড জড়িত আবু বক্কাৰ

উত্তৰ গুৱাহাটীত গ্ৰেপ্তাৰ দুধৰ্ষ ডকাইত আবু বক্কাৰ
author img

By

Published : May 25, 2019, 11:56 PM IST

কামৰূপ, 25 মে': দুধৰ্ষ ডকাইত আবু বক্কাৰক গ্ৰেপ্তাৰ উত্তৰ গুৱাহাটী আৰক্ষীৰ । বৃহস্পতিবাৰে নিশা এখন ষ্কৰ্পীঅ' বাহনেৰে এটা বৃহৎ চক্ৰই বিষ্ফোৰক সামগ্ৰী কঢ়িয়াই অনাৰ খৱৰ লাভ কৰিছিল কামৰূপ আৰক্ষীয়ে । তাৰ পাচতেই বিশেষ সূত্ৰৰ খৱৰৰ ভিত্তিত অভিযান চলাইছিল কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত । আনহাতে, আৰক্ষীৰ তালাচীৰ উমান পায় হাজো, দদৰা,আমিনগাঁও আৰক্ষীৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল দুধৰ্ষ ডকাইত-গাড়ী চুৰী চক্ৰৰ লগত জড়িত আবু বক্কাৰ । অৱশেষত নিশাৰ ভাগতেই উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ হাতত গ্ৰেপ্তাৰ হয় ডকাইত এজন । বৃহৎ ডকাইত আৰু চুৰি চক্ৰক গ্ৰেপ্তাৰৰ পাচত পোহৰলৈ আহিছে ন ন তথ্য । আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰাৰ পৰা এৰাই চলে কামৰূপ জিলা আৰক্ষী ।

Slug :  arrested dudhorkha dokite aabu bokauar .

Gouripur@ braking..

👉দুধৰ্ষ ডকাইত আবু বক্কাৰক গ্ৰেপ্তাৰ উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ।
👉বৃহস্পতিবাৰে নিশা এখন ষ্কৰ্পীঅ বাহনেৰে এটা বৃহৎ চক্ৰই বিষ্ফোৰক সামগ্ৰী কঢ়িয়াই অনাৰ খৱৰ লাভ কৰিছিল কামৰূপ আৰক্ষীয়ে । 
👉বিশেষ সূত্ৰ খৱৰৰ ভিত্তিত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান  । 
👉আৰক্ষীৰ তালাচীৰ উমান পায় হাজো,দদৰা,আমিনগাওঁ আৰক্ষীৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল দুধৰ্ষ ডকাইত-গাড়ী চুৰী চক্ৰৰ লগত জড়িত আবু বক্কাৰ ডকাইত । 
👉অৱশেষত নিশাৰ ভাগতেই উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ হাতত গ্ৰেপ্তাৰ হয় ডকাইত এজন।  
👉বৃহৎ ডকাইত আৰু চুৰি চক্ৰক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ন ন তথ্য ।  

👉আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰাৰ পৰা এৰাই চলিছে কামৰূপ জিলা আৰক্ষী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.