ETV Bharat / state

বকোত তিনিদিনীয়া প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

author img

By

Published : Jan 17, 2021, 3:30 PM IST

বকো খলিহা হাইস্কুল খেলপথাৰত খলিহা ক্ৰিকেট ক্লাৱে আয়োজন কৰা ছয় অভাৰৰ ক্ৰিকেট প্ৰতিযোগিতাত 'খলিহা ৰাইন' ক্ৰিকেট ক্লাৱক পৰাস্ত ।

বকোত প্ৰাইজমানি ক্ৰিকেট
বকোত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

বকো, ১৭ জানুৱাৰী : কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ খলিহা হাইস্কুল খেলপথাৰত যোৱা ১৪ তাৰিখৰ পৰা ১৬ তাৰিখলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা । খলিহা ক্ৰিকেট ক্লাৱে আয়োজন কৰিছে এই খেলখনৰ । ছয় অভাৰৰ ক্ৰিকেট প্ৰতিযোগিতাখনত কামৰূপ আৰু গোৱালপাৰা জিলাৰ সৰ্বমুঠ ২০টা দলে অংশ গ্ৰহণ কৰে ।

বকোত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা
বকোত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বকোৰ ভেনম দলে 'খলিহা ৰাইন' ক্ৰিকেট ক্লাৱক পৰাস্ত কৰি বিজয় হ'বলৈ সক্ষম হয় ।

লগতে পঢ়ক:নলবাৰী মেডিকেল কলেজত উপস্থিত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

TAGGED:

AS10052
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.