ETV Bharat / state

বকোত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

যুৱক সকল যাতে বিপথে পৰিচালিত নহৈ নিজৰ প্ৰতিভা সমূহ বিকাশ কৰিব পাৰে এই উদ্দেশ্য আগত ৰাখিয়েই পোন প্ৰথমবাৰৰ বাবে ৰায়পাৰা সুৰুযমূখী সংঘই অনুষ্ঠিত কৰে এই আকৰ্ষণীয় ক্ৰিকেট প্ৰতিযোগিতা ।

বকোত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা
বকোত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা
author img

By

Published : Feb 12, 2021, 8:11 AM IST

বকো,12ফেব্ৰুৱাৰীঃ বকোৰ ৰায়পাৰাত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা । বিগত ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই আকৰ্ষণীয় ক্ৰিকেট প্ৰতিযোগিতাখনত বকো অঞ্চলৰ ১৬টা দলে অংশ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

বকোৰ ৰায়পাৰা সুৰুযমূখী সংঘই আযোজন কৰা এই প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৭০০১ টকা লগত ট্ৰফী, দ্বিতীয় পুৰস্কাৰ ৪০০১ টকা লগত ট্ৰফী থাকিব বুলি কমিটিয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, যুৱক সকল যাতে বিপথে পৰিচালিত নহৈ নিজৰ প্ৰতিভা সমূহ বিকাশ কৰিব পাৰে ৷ এই উদ্দেশ্য আগত ৰাখিয়েই পোন প্ৰথমবাৰৰ বাবে ৰায়পাৰা সুৰুযমূখী সংঘই অনুষ্ঠিত কৰিছে এই আকৰ্ষণীয় ক্ৰিকেট প্ৰতিযোগিতাখন ।

বকো আৰক্ষী দল, শিংৰা ক্ৰিকেট দল, বকোৰ ঘাটক ১১, খলিহা ক্ৰিকেট দল, জোঙাখুলি ক্ৰিকেট, ছমৰীয়া ক্ৰিকেট দলকে ধৰি প্ৰায় 16টা ক্ৰিকেট দলে অংশ গ্ৰহণ কৰিছে এই প্ৰতিযোগিতা খনত ।

লগতে পঢ়কঃ নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.