বাইহাটা চাৰিআলি, 24 জুন : সচিবৰ কামকাজত ক্ষুব্ধ হৈ মদাৰতলা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে ওলোমালে তলা । বিধবা পেঞ্চনৰ প্ৰ-পত্ৰৰ বাবে প্ৰয়োজনীয় সচিবগৰাকীৰ চহীৰ বাবে অসহায় মহিলাসকলে পঞ্চায়ত কাৰ্যালয়লৈ বাটকুৰি বাই থাকিবলগীয়া হয় ৷ বহু সময়ত সচিবগৰাকী কাৰ্যালয়ত অনুপস্থিত থাকে যদিও আন সময়ত আকৌ চহী দিবলৈ অমান্তি হৈ পঠাই দিয়ে গাঁও পঞ্চায়তৰ সদস্যৰ ওচৰলৈ । এনেবোৰ কাৰণতে অতিষ্ঠ হৈ পৰা মহিলাসকলে সোমবাৰে তলা ওলোমাই দিয়ে পঞ্চায়তৰ কাৰ্যালয়ত ৷
মদাৰতলা পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে ওলোমালে তলা - madartala gaon panchayat
সচিবৰ মইমতালিৰ বাবেই মদাৰতলা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ওলমিল তলা

মদাৰতলা পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে ওলোমালে তলা
বাইহাটা চাৰিআলি, 24 জুন : সচিবৰ কামকাজত ক্ষুব্ধ হৈ মদাৰতলা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে ওলোমালে তলা । বিধবা পেঞ্চনৰ প্ৰ-পত্ৰৰ বাবে প্ৰয়োজনীয় সচিবগৰাকীৰ চহীৰ বাবে অসহায় মহিলাসকলে পঞ্চায়ত কাৰ্যালয়লৈ বাটকুৰি বাই থাকিবলগীয়া হয় ৷ বহু সময়ত সচিবগৰাকী কাৰ্যালয়ত অনুপস্থিত থাকে যদিও আন সময়ত আকৌ চহী দিবলৈ অমান্তি হৈ পঠাই দিয়ে গাঁও পঞ্চায়তৰ সদস্যৰ ওচৰলৈ । এনেবোৰ কাৰণতে অতিষ্ঠ হৈ পৰা মহিলাসকলে সোমবাৰে তলা ওলোমাই দিয়ে পঞ্চায়তৰ কাৰ্যালয়ত ৷
মদাৰতলা পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে ওলোমালে তলা
মদাৰতলা পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে ওলোমালে তলা
Intro:Baihata Panchyat Lock out
V/O:----বাইহাটা চাৰিআলিৰ এটি পঞ্চায়তৰ কাৰ্য্যলয়ত ৰাইজে ওলোমালে তলা । বাইহাটা চাৰিআলিৰ মদাৰতলা গাও পঞ্চায়তৰ কাৰ্য্যলয়ৰ সচিব গৰাকীৰ কামকাজত ক্ষুব্ধ হৈ ৰাইজে লগালে তলা । একোটা চহীৰ কাৰনে সচিব গৰাকীৰ ওচলৈ প্ৰায় ছয় /সাত দিন আহিবলগীয়া হয় বুলি কয় ভূক্ত ভোগী সকলে । আনকি বিধবা পেঞ্চনৰ প্ৰপত্ৰত লগা সচিব গৰাকীৰ চহীটোৰ বাবে অসহায়া বিধবা সকলে বাটকুৰি বায় থাকিব লগীয়া হয় । যেতিয়া পঞ্চায়তত সচিব গৰাকীক লগ পায় তেতিয়াও চহী দিবলৈ অমান্তি হৈ গাও সদস্যৰ ওচৰলৈ পঠাই দিয়ে । এনেবোৰ কাৰনতে ৰাইজ অতিষ্ঠ হৈ আজি পঞ্চায়তৰ কাৰ্য্যলয়ত তলা লগাই দিয়ে ।
বাইট:---
বাইট:----Body:.Conclusion:.