ETV Bharat / state

মাত্ৰ দুটা মাহতে অসমত নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি - unemployment issue in assam

বিগত বৰ্ষত অসমত দুটা মাহৰ ভিতৰতে নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি । "চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক'নমি"য়ে শেহতীয়া সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য ।

বিগত বৰ্ষত অসমত দুটা মাহৰ ভিতৰতে নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি

author img

By

Published : Jan 11, 2021, 12:44 PM IST

গুৱাহাটী, ১১ জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে, সিমানেই ৰাজ্য চৰকাৰে নিতৌ নতুন নতুন আঁচনি ঘোষণাৰে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে । চৰকাৰৰ এনে তৎপৰতাৰ একমাত্ৰ কাৰণ যে ভোট লাভৰ অংক, সেয়া সৰ্বজনবিদিত ।

বিগত বৰ্ষত অসমত দুটা মাহৰ ভিতৰতে নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি
বিগত বৰ্ষত অসমত দুটা মাহৰ ভিতৰতে নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি

কিন্তু হিতাধিকাৰী সৃষ্টি কৰি জনতাক সাময়িক সকাহ দিয়াৰ পৰিৱৰ্তে নিবনুৱাৰ স্থায়ী সংস্থাপনত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰা নাই । শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে যে, বিগত বৰ্ষত অসমত দুটা মাহৰ ভিতৰতে নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি পাইছে ।

দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ উত্থান-পতন বিৰামহীনভাৱে অধ্যয়ন কৰি থকা ভাৰতবৰ্ষৰ অন্যতম সংস্থা "চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক'নমি"(CMIE)ৰ শেহতীয়া সমীক্ষাত্মক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য ।

সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, যোৱা দুটা মাহত ছত্তিশগড়, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যৰ তুলনাত বহু বেছি পৰিমাণে অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে । বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ১.২ শতাংশ ।

অক্টোবৰত সেই হাৰ বাঢ়ি গৈ ৩ শতাংশ আৰু নৱেম্বৰত ৪ শতাংশ হৈছিল । কিন্তু অতি চিন্তনীয় বিষয় এয়ে য়ে, ডিচেম্বৰ মাহত নিবনুৱাৰ হাৰ ৭.৬ শতাংশলৈ বৃদ্ধি পায় । যিসময়ত কৰ্ণাটকৰ দৰে ৰাজ্যত নিবনুৱাৰ হাৰ ১.৪ শতাংশলৈ হ্ৰাস পাইছে, বিহাৰ, ছত্তিশগড়, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যত অসমতকৈ কম সংখ্যক নিবনুৱা আছে বুলি উক্ত প্ৰতিবেদনত প্ৰকাশ পাইছে সেই সময়তে অসম চৰকাৰে নিয়োগ সৃষ্টিৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি কৰাতহে অধিক মনোনিৱেশ কৰিছে । আজিৰ তাৰিখতো অসম চৰকাৰৰ বিভিন্ন বিভাগত প্ৰায় ৫৮,৮৬০ টা পদ খালী হৈ আছে ।

লগতে পঢ়ক:2021ত অকলেই নিৰ্বাচন খেলাৰ দাবীত অটল বৰপেটা জিলা কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.