বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ
অৱশেষত বহু বিতৰ্কৰ অন্তত সাময়িকভাৱে বন্ধ হ’ল বিতৰ্কিত ধাৰাবাহিক বেগমজান ৷ উদীয়মান নাট্যশিল্পী প্ৰণৱ কুমাৰ বৰুৱাৰ চিত্ৰনাট্য আৰু কাহিনী আৰু ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে ধাৰাবাহিকখন পৰিচালনা কৰিছিল পৱন মহন্তই ৷
মঙলবাৰে নিচেই পূৱাতেই নামৰূপৰ মিলনপুৰ অঞ্চলত এখন মটৰ চাইকেল সহ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত যুৱকজন নিগামৰ প্ৰাঞ্জল শইকীয়া (৩০) বুলি জানিব পৰা গৈছে ।
দলং ভাঙি চম্পাৱতী নৈত পৰিল মটৰচাইকেল
ধুবুৰী আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এখন বৃহৎ বাঁহৰ দলঙ ৷ অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিত চম্পাৱতী নৈৰ ওপৰত থকা দলঙখনত প্ৰায়ে সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা ৷
ভাইৰেল ভিডিঅ’ সন্দৰ্ভত আলফা (স্বা) ৰ প্ৰতিক্ৰিয়া
সোমবাৰে সামাজিক মাধ্যম ফেচবুকত এগৰাকী যুৱকে আলফা(স্বা) ৰ সদস্য মাজু অসম বুলি পৰিচয় দি এক ভিডিঅ’ প্ৰচাৰ কৰে ৷ পৰৱৰ্তী সময়ত বিটিএডি-ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন সন্দৰ্ভত মাজু অসমে মন্তব্য প্ৰকাশ কৰাৰ পিছত বিষয়টোত মঙলবাৰে স্পষ্টীকৰণ প্ৰকাশ কৰে আলফা(স্বা) য়ে ৷
অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু
নিচুকীয়া জিলাৰ তালাপ আৰক্ষী থানাৰ অন্তৰ্গত ছৈখোৱাৰ মিচিমিকটা গাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ শদিয়া বিধানসভা সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাখীৰভেটী গাঁও পঞ্চায়তত ২০১৭-২০১৮ বিত্তীয় বৰ্ষতে আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনষ্ঠ পথ নিৰ্মাণৰ কাম ৷
এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত পথ অৱৰোধ কৰ্মচাৰীৰ
এপ'ল মিল পুনৰুজ্জীৱিত কৰা অথবা কৰ্মচাৰী সকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ দাবীত মঙলবাৰে এপ'ল শ্ৰমিক সন্থা আৰু বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।
ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ তীব্ৰ সংঘাত ৷ সোমবাৰে নিশা হোজাই জিলা লংকা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত নাঙলভাঙাত বন্যহস্তীয়ে তাণ্ডৱ চলায় ।
জালুকবাৰী আৰক্ষীৰ জালত চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী
গুৱাহাটীত অব্যাহত আছে যুৱ প্ৰজন্মক কোঙা কৰা ড্ৰাগছৰ বেহা । মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া উপলব্ধ মাৰাত্মক ড্ৰাগছ ।
বাণ থিয়েটাৰৰ মজিয়াত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দলৰ
সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে ব্যস্ততা বাঢ়িছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ ৷ সমান্তৰালকৈ ঢৌ উঠিছে ৰাজনীতিৰ পথাৰত ন ন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশৰ ৷
জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু
নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে এক অঘটন ৷ জিলাখনৰ জুৰীয়াৰ অন্তৰ্গত কেন্দুগুৰীত বিদ্যুৎ স্পৃষ্ট হৈ কৰুণ মৃত্য়ুক সাৱটি লৈছে এগৰাকী কিশোৰীয়ে ৷