ETV Bharat / state

লংকেশ্বৰত কেবৰ প্ৰতিলিপি দাহ ছাত্ৰ সমাজৰ

লংকেশ্বৰত কেবৰ প্ৰতিলিপি দাহ কৰিলে ছাত্ৰসমাজে

Student fraternity burn the copy of CAB
লংকেশ্বৰত কেবৰ প্ৰতিলিপি দাহ ছাত্ৰ সমাজৰ
author img

By

Published : Dec 5, 2019, 11:41 PM IST

গুৱাহাটী,5 ডিচেম্বৰঃ কেন্দ্ৰীয় কেবিনেটত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন হোৱাৰ পিছতেই তীব্ৰতৰ হৈছে আন্দোলন । ৰাজ্যৰ সকলো স্তৰৰ প্ৰতিজন স্বাভিমানী অসমীয়াই কেবৰ বিৰুদ্ধে ওলাই আহিছে । জাতিৰ এই সংকট কালতে সৱল হৈ থিয় দিছে ৰাজ্যৰ ছাত্ৰসমাজে । বৃহস্পতিবাৰে গুৱাহাটীৰ লংকেশ্বৰত ছাত্ৰসমাজে সাব্যস্ত কৰে প্ৰতিবাদ । কেবৰ প্ৰতিলিপি দাহ কৰি চৰকাৰক সকিয়নী প্ৰদান কৰে ছাত্ৰসকলে । গুৱাহাটী বিশ্ববিদ্যালয়, অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, পশ্চিম গুৱাহাটী মহাবিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত লংকেশ্বৰ-খনামুখ অঞ্চলৰ আৱাসী ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় ৰাইজৰ সহযোগত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে । সংসদত সংখ্যাৰ জোৰ দেখুৱাই বিধেয়ক জাপি দিব বিচাৰিলে ভয়াৱহ ছাত্ৰ আন্দোলন গঢ়ি তোলা হুংকাৰ দিয়ে ছাত্ৰ-ছাত্ৰীসকলে । উল্লেখযোগ্য যে ছাত্ৰসমাজৰ মাজৰ পৰা নীলমণি সোণোৱাল, ৰক্তোৎপল দুৱৰা, কাশ্যপ নন্দন কলিতা, মিন্টু নাথে বিধেয়কৰ ভয়াৱহতাৰ বিষয়ে বক্তৃতা প্ৰদান কৰে ।

লংকেশ্বৰত কেবৰ প্ৰতিলিপি দাহ ছাত্ৰ সমাজৰ

আৰু পঢ়ক কেব বাতিলৰ দাবীত দ্বিতীয় দিনাও উত্তাল ৰাজ্য

Intro:কেন্দ্ৰীয় কেবিনেটত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন হোৱাৰ পিছতেই তীব্ৰতৰ হৈছে আন্দোলন। ৰাজ্যৰ সকলো স্তৰৰ প্ৰতিজন স্বাভিমানী অসমীয়াই কেবৰ বিৰুদ্ধে ওলাই আহিছে। জাতিৰ এই সংকট কালতে সৱল হৈ থিয় ৰাজ্যৰ ছাত্ৰসমাজ। বৃহস্পতিবাৰে গুৱাহাটীৰ লংকেশ্বৰত ছাত্ৰসমাজে সাব্যস্ত কৰে প্ৰতিবাদ। কেবৰ প্ৰতিলিপি দাহ কৰি চৰকাৰক সকিয়নী প্ৰদান কৰে ছাত্ৰসকলে। গুৱাহাটী বিশ্ববিদ্যালয়, অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, পশ্চিম গুৱাহাটী মহাবিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত লংকেশ্বৰ-খনামুখ অঞ্চলৰ আৱাসী ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় ৰাইজৰ সহযোগত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। সংসদত সংখ্যাৰ জোৰ দেখুৱাই বিধেয়ক জাপি দিব বিচাৰিলে ভয়াৱহ ছাত্ৰ আন্দোলন গঢ়ি তোলা হুংকাৰ দিয়ে ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখযোগ্য যে ছাত্ৰসমাজৰ মাজৰ পৰা নীলমণি সোণোৱাল, ৰক্তোৎপল দুৱৰা, কাশ্যপ নন্দন কলিতা, মিন্টু নাথে বিধেয়কৰ ভয়াৱহতাৰ বিষয়ে বক্তৃতা প্ৰদান কৰে।Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.