ETV Bharat / state

আজি বিশ্ব ঘৰচিৰিকা দিৱস

পাঁচ বছৰৰ ভিতৰতে হ্ৰাস পাইছে প্ৰায় ৫০% পৰ্যন্ত ঘৰচিৰিকা

আজি বিশ্ব ঘৰচিৰিকা দিৱস
author img

By

Published : Mar 20, 2019, 11:49 PM IST

গুৱাহাটী,২০ মাৰ্চঃ আজি বিশ্ব ঘৰচিৰিকা দিৱস । প্ৰতি মুহূৰ্ততে সতৰ্কতা অৱলম্বন কৰা চৰাইজাক কংক্ৰিট মহানগৰীৰ কোলাহলত যেন ক'ৰবাত হেৰাই গৈছে । পাঁচ বছৰৰ ভিতৰতে হ্ৰাস পালে প্ৰায় ৫০% পৰ্যন্ত ঘৰচিৰিকা ।

আজি বিশ্ব ঘৰচিৰিকা দিৱস
শেহতীয়াকৈ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মোবাইল ফোনৰ টাৱাৰৰ পৰা নিৰ্গত চুম্বকীয় তৰংগৰ প্ৰভাৱত হ্ৰাস পাইছে ঘৰ চিৰিকাৰ সংখ্যা ।

Intro:আজি বিশ্ব ঘৰচিৰিকা দিৱস। প্ৰতি মুহূৰ্ততে সতৰ্কতা অৱলম্বন কৰা চৰাইজাক কংক্ৰিট মহানগৰীৰ কোলাহলত যেন হেৰাই গৈছে। খুদকন খাই জীয়াই থকা কোনোবা ওচৰ চাপি অহাৰ উমান পালেই ভুৰোংকৈ নিৰাপদ স্থাপনলৈ উৰা মৰা এই সৰু চৰাইজাকে বিচাৰি পালে হয়তো নিৰাপদ স্থান। কাৰণ চৰাইজাক আৰু নহা হল।

Body:পাঁচ বছৰতে প্ৰায় ৫০% পৰ্যন্ত হ্ৰাস হল ঘৰচিৰিকা।শেহতীয়াকৈ পৰিবেশ আৰু বন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ গাঁও-চহৰ সকলোতে যধে মধে মোবাইল ফোনৰ টাৱাৰৰ পৰা নিৰ্গত চুম্বকীয় তৰংগৰ প্ৰভাৱত ঘৰ চিৰিকা হ্ৰাস পাইছে। বাৰে বাৰে ঠাই সলাইছে ঘৰ চিৰিকাজাকে। এসময়ত জে বি জৰ সন্মুখত চৰাইৰ মাতত মুখৰিত হোৱা পৰিবেশ আজি নিতাল।

byte 1:

দিনে দিনে বাঢ়ি অহা মানুহৰ জনসংখ্যা আৰু যান্ত্ৰিকতাৰ প্ৰভাৱত ঘৰ চিৰিকাজাক এতিয়া বিলুপ্তিৰ পথত।মানুহে সাজি দিয়া ঘৰ সমূহত নথকা হল ঘৰচিৰিকা। মহানগৰীৰ বহু ঠাইত সাজি দিয়া ঘৰ সমূহত নাথাকে ঘৰচিৰিকা কাৰণ গাড়ী আৰু মানুহৰ সঘন আহ - যাহত অশান্ত হৈ এৰি গল পুৰণি স্থান।
Bite:- চকীদাৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.