ETV Bharat / state

গুৱাহাটীত পোনপ্ৰথম বাৰৰ বাবে অত্যাধুনিক ৰবটিক চাৰ্জাৰী

author img

By

Published : Mar 1, 2020, 9:08 PM IST

পূৰ্বৰ তুলনাত এতিয়া অতি কম সময়তে সম্পন্ন হ'ব ৰোগীৰ অস্ত্ৰোপচাৰ ৷ কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীত পোনপ্ৰথম বাৰৰ বাবে মুকলি হ'ল ৰবটিক চাৰ্জাৰী ব্যৱস্থা ৷

অত্যাধুনিক ৰবটিক চাৰ্জাৰী
অত্যাধুনিক ৰবটিক চাৰ্জাৰী

গুৱাহাটী, 1 মাৰ্চঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীত পোনপ্ৰথম বাৰৰ বাবে মুকলি হ'ল ৰবটিক চাৰ্জাৰী ব্যৱস্থা ৷ মালিগাঁওস্থিত স্বাগত চিকিৎসালয়ত আৰম্ভ এই চাৰ্জাৰী ৷ দেওবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই উদ্বোধন কৰে এই ৰবটিক চাৰ্জাৰী কক্ষটো ৷ উল্লেখ্য যে, পূৰ্বৰ তুলনাত এতিয়া অতি কম সময়তে সম্পন্ন হ'ব ৰোগীৰ অস্ত্ৰোপচাৰ ৷ পূৰ্বে লেপাৰ'স্কপি চাৰ্জাৰীত 2D ইমেজ ব্যৱহাৰ হৈছিল যদিও এই অত্যাধুনিক ৰবটিক চাৰ্জাৰীত ব্যৱহাৰ হ'ব 3D ইমেজৰ ৷ প্ৰথম অৱস্থাত স্ত্ৰীৰোগ, নিউৰ'লজী আৰু কমপ্লেক্স কেঞ্চাৰৰ অস্ত্ৰোপচাৰ কৰা হ'ব এই ৰবটেৰে ৷

অত্যাধুনিক ৰবটিক চাৰ্জাৰী

লগতে পঢ়কঃ কলিয়াবৰত আছুৰ থলুৱা গামোছা উৎপাদন আঁচনি মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.