ETV Bharat / state

মালিগাঁৱত শ্বহীদৰ স্মৰণত অনুষ্ঠিত প্ৰাৰ্থনা সভা

author img

By

Published : Jan 12, 2020, 10:40 AM IST

বিগত বৰ্ষত নাগৰিকত্ব (সংশোধনী) আইন 2019ৰ বিৰোধিতা কৰি অসমৰ 5 জন ডেকা শ্বহীদ হৈছিল ৷ সেই শ্বহীদসকলক স্মৰণ কৰি শনিবাৰে মালিগাঁৱত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷

maligaon
মালিগাঁও

গুৱাহাটী, 12 জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) আইন 2019ৰ বিৰোধিতা কৰি আৰক্ষীৰ গুলীত 5 জনকৈ অসমীয়া নিহত হৈছিল ৷ শ্বহীদৰ স্মৰণত শনিবাৰে মালিগাঁৱত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷ পশ্চিম গুৱাহাটী বিকাশ মঞ্চৰ উদ্যোগত এই প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷

শ্বহীদ সকলৰ শ্মৰণত অনুষ্ঠিত প্ৰাৰ্থনা সভা

শ্বহীদসকলৰ আত্মাৰ শান্তি কামনা আৰু চৰকাৰ সুমতি ঘুৰাই অনাৰ কামনাৰে ৰাইজে প্ৰাৰ্থনা সভা অনুষ্ঠানখনত গীতা, কোৰাণ আৰু বাইবেল পাঠ কৰে ৷ ইফালে বিজেপি চৰকাৰে ফেচিষ্ট মনোভাৱেৰে অসমীয়াৰ ওপৰত জোৰ জুলুমকৈ CAA জাপি দিছে বুলি মঞ্চই উল্লেখ কৰে ৷ চৰকাৰে আইনখন বলৱৎ কৰিলেও অসমীয়া ৰাইজে কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে পশ্চিম গুৱাহাটী বিকাশ মঞ্চৰ নেতৃত্বই ৷

লগতে পঢ়ক - মহাৰাষ্ট্ৰৰ পালঘৰত কেমিকেল ফেক্টৰীত বিস্ফোৰণঃ 5 জন নিহত

Intro:নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা আন্দোলনত আৰক্ষীৰ গুলীত নিহত হৈছে ৫জনকৈ ডেকা।শণিবাৰে মহানগৰীৰ মালিগাঁৱত পশ্চিম গুৱাহাটী বিকাশ মঞ্চৰ উদ্যোগত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। কা' বিৰোধী আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হয় এই অনুষ্ঠানত। শ্বহীদসকলৰ আত্মাৰ শান্তি কামনা আৰু চৰকাৰ সুমতি ঘুৰাই অনাৰ কামনাৰে পাঠ কৰা হয় গীতা, কোৰাণ, বাইবেল। ইফালে বিজেপি চৰকাৰে ফেচিষ্ট মনোভাৱেৰে অসমীয়াৰ ওপৰত জোৰ জুলুমকৈ জাপি দিছে বুলি উল্লেখ কৰে সংগঠনটোৱে। চৰকাৰে আইনখন বলবৎ কৰিলেও অসমীয়া ৰাইজে কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ পশ্চিম গুৱাহাটী বিকাশ মঞ্চৰ নেতৃত্বই।

Byte- সদস্য, পশ্চিম গুৱাহাটী বিকাশ মঞ্চ
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.