ETV Bharat / state

প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সম্পন্ন - বিশিষ্ট সাংবাদিক তথা পৰিৱেশ কৰ্মী মুবিনা আখতাৰ

সোমবাৰে অনুষ্ঠিত হয় প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস ৷ গুৱাহাটীৰ চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷

pragjyotishpur press club establishment day
প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সম্পন্ন
author img

By

Published : Jan 18, 2021, 10:20 PM IST

গুৱাহাটী, 18 জানুৱাৰী : গুৱাহাটীৰ চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা পৰিৱেশ কৰ্মী মুবিনা আখতাৰ ৷

উল্লেখ্য যে, প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে এতিয়াৰে পৰা সমাজৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই থকা ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব ৷

প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সম্পন্ন

এই অনুষ্ঠানত উপস্থিত থাকি মুবিনা আখতাৰে কয় যে, এই অঞ্চল প্ৰাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ ৷ সেয়ে এই ক্ষেত্ৰত অঞ্চলটোৰ উন্নতি হোৱাকৈ সংবাদকৰ্মী সকলে সংবাদ সেৱা আগবঢ়াই যাব বুলি মই আশাবাদী ৷
লগতে পঢ়ক: ‘তাণ্ডৱ’ বিতৰ্ক : তদন্তৰ বাবে মুম্বাইত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.