ETV Bharat / state

ন্যূন্যতম জ্ঞান নথকাৰ বাবেই লুৰিণজ্যোতি গগৈৰ পদত্যাগ দাবী কৰিলে জয়ন্ত মল্ল বৰুৱাই !

নতম জ্ঞান নথকা এজন নেতা কেনেকৈ ইমান ডাঙৰ সংগঠনৰ সাধাৰণ সম্পাদক হৈ আছে ? তেওঁ পদত্যাগ কৰিব লাগে ।

JAYANTA MALLA BARUAH PRESSMEET
লুৰিণজ্যোতি গগৈৰ পদত্যাগ দাবী কৰিলে জয়ন্ত মল্ল বৰুৱাই
author img

By

Published : Jan 11, 2020, 11:06 PM IST

গুৱাহাটী, 11 জানুৱাৰীঃ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত শনিবাৰে দলটোৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই এখন যুটীয়া সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কয় যে, অসমৰ একাংশ সংবাদ মধ্যমত বিগত এমাহে অপপ্ৰচাৰ চলাই অসমখন অশান্ত কৰি আহিছে । ঢোল পেঁপা বজোৱা শিল্পীয়েও ১৮% GST দিব লাগিব বুলি শেহতীয়াকৈ একাংশ সংবাদমাধ্যমে অপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে জয়ন্ত মল্ল বৰুৱাই । ইমানেই নহয়, বিহু কমিটিয়েও GST দিব লাগিব বুলি একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱা সন্দৰ্ভত স্থিতি ষ্পষ্ট কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে, অনুষ্ঠানৰ টিকটৰ মূল্য ৫০০ টকাতকৈ কম হ'লে দিব নালাগে GST ।

ইমানেই নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈক সমালোচনা কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে, "ন্যূনতম জ্ঞান নথকা এজন নেতা কেনেকৈ ইমান ডাঙৰ সংগঠনৰ সাধাৰণ সম্পাদক হৈ আছে ? তেওঁ পদত্যাগ কৰিব লাগে । ২০১৭ চনত নাগৰিকত্ব সংশোধনী আইন আহিছিল নেকি ?" লুৰিন জ্যোতি গগৈক অলপ পঢ়া শুনা কৰি আন্দোলন কৰিবলৈ আহ্বান জনায় জয়ন্ত মল্ল বৰুৱাই।

লুৰিণজ্যোতি গগৈৰ পদত্যাগ দাবী কৰিলে জয়ন্ত মল্ল বৰুৱাই

ইপিনে সংবাদমেলত বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, অসমৰ বিহু উদযাপন কমিটিলৈ কোনো জাননী যোৱা নাই। একাংশ সংবাদমধ্যমে অপপ্ৰচাৰৰ জৰিয়তে সংস্কৃতিক পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে । যাৰ উপাৰ্জন ২০ লাখতকৈ অধিক তেওঁলোকে যোৱা তিনিবছৰে GST দি আহিছে।"

Intro:ন্যূনতম জ্ঞান নথকা লুৰিন জ্যোতি গগৈ পদত্যাগ কৰক :
জনায় জয়ন্ত মল্ল বৰুৱাই

Body:হেঙেৰাবাৰীস্থিত বিজিপিৰ ৰাজ্যিক কাৰ্যালয়ত শনিবাৰে বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ যুটীয়া সংবাদমেল। উক্ত সংবাদমেল বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা কয় যে অসমৰ কিছু সংবাদমধ্যমত বিগত এমাহে অপ প্ৰচাৰ চলাই অসমখন অশান্ত কৰি আহিছে আৰু কালিৰ পৰা একাংশ সংবাদমধ্যমত অপ প্ৰচাৰ চলাই আছে। ঢোল পেঁপা পেঁপা বজোৱা শিল্পীয়েও ১৮% GST দিব লাগিব। যাৰ উপৰিও এনে এটা প্ৰচাৰ চলোৱা হয় যে বিহু ককমিটিয়ে GST দিব লাগিব। অসমত বিহু উদযাপন কমিটিয়ে দিব নালাগে। টিকেটৰ মূল্যা ৫০০ টকাৰ তলত হলে দিব নালাগে ।
আছুৰ সাধাৰণ সম্পাদক সমালোচনা কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে লুৰিন জ্যোতি গগৈৰ ন্যূনতম জ্ঞান নথকা এজন ইমান ডাঙৰ সংগঠন সাধাৰণ সম্পাদক হৈ আছে । তেওঁ পদত্যাগ কৰিব লাগে। ২০১৭ ত নাগৰাকত্ব সংশোধনী আইন আহিছিল নেকি ? লুৰিন জ্যোতি গগৈক অলপ পঢ়া শুনা কৰি আন্দোলন কৰিবলৈ আহ্বান জনায়
জয়ন্ত মল্ল বৰুৱাই।

জনায় জয়ন্ত মল্ল বৰুৱাই

Conclusion:উক্ত বিজেপিৰ মুখপাত্ৰ ল পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে অসমৰ বিহু উদযাপন কমিটিলৈ কোনো বজানী যোৱা নাই। একাংশ সংবাদমধ্যমত প্ৰচাৰে সংস্কৃতিক পৰিবেশ বিনষ্ট কৰিব বিচৰা হৈছে। যাৰ উপাৰ্জন ২০ লাখতকৈ বেছি তেওঁলোকে যোৱা তিনিবছৰে GST দি আহিছে।

পবিত্ৰ মাৰ্ঘেৰিটা

Asrsr Ansari
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.