ETV Bharat / state

কিমান সক্ৰিয় গুৱাহাটীৰ চিচিটিভি কেমেৰা !

মহানগৰীৰ জু-ৰোড তিনিআলিত নাই চিচিটিভি কেমেৰাৰ সুৰক্ষা ৷ দুটা কেমেৰাৰ বিকল এটা ৷

কিমান সক্ৰিয় গুৱাহাটীৰ চিচিটিভি কেমেৰা
author img

By

Published : May 16, 2019, 12:36 PM IST

গুৱাহাটী, 16 মে': কিমান সক্ৰিয় সদা-ব্যস্ত মহানগৰীৰ চিচিটিভি কেমাৰাসমূহ ৷ মহানগৰীত আপোনাক মোক সুৰক্ষা প্ৰদান কৰিবলৈ আছেনে পৰ্যাপ্ত পৰিমাণৰ চিচিটিভি কেমেৰা! এনেবোৰ কথাই চিন্তাত পেলাইছে মহানগবাসীক ৷ কিয়নো মহানগৰীৰ আন পথ সমূহৰ কথা বাদেই ৰাজধানীখনৰ মূলপথ জু-ৰোড তিনিআলিত থকা চিচি টিভি কেমেৰা দুটাও বিকল অৱস্থাত আছে ৷

উল্লেখ্য যে, বুধবাৰে মহানগৰীৰ জু-ৰোডস্থিত চেণ্টেল মলৰ সমীপত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ফলত শিশুসহ 11 জন লোক গুৰুতৰভাৱে আহত হয়, ইয়াৰে 3 জনৰ অৱস্থা বৰ্তমানেও সংকটজনক ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষীয়ে ঘটনাস্থলীৰ ওচৰত থকা চিচিটিভি কেমেৰা পৰীক্ষা কৰে যদিও তাৰে এটা বিকল অৱস্থাত পোৱা যায় ৷ যাৰ ফলত দুষ্কৃতিকাৰীয়ে সঘনাই এনে ঘটনা সংঘটিত কৰি আহিছে বুলি মন্তব্য কৰে সচেতন নাগৰিকে ৷

কিমান সক্ৰিয় গুৱাহাটীৰ চিচিটিভি কেমেৰা !

ইতিমধ্যে গুৱাহাটী মহানগৰীত আইএছআইএছে কূটাঘাত সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱাৰ হাতত তথ্য মজুত আছে ৷ কিন্তু তাৰ পাচটো মহানগৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা ফোঁপোলা স্বৰূপটো বুধবাৰৰ বিস্ফোৰণে উদঙাই দিয়ে ৷

Intro:গুৱাহাটী মহানগৰীত থকা প্ৰায় চিচিটিভি কেমৰাসমূহ বিকল।

Body:
বুধবাৰে জু ৰোড স্থিত চেণ্ট্ৰেল মলৰ সমীপত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ফলত শিশুসহ ১১ জন লোক অহাত হৈছিল, যাৰ ৩ জন লোকৰ অৱস্থা এতীয়াও সংকটজনক হৈ আছে। গ্ৰেনেড বিস্ফোৰণৰ ১২ ঘণ্টা পিচত পুৱাৰ ভাগত ঘটনাস্থলীত দেখিবলৈ পোৱা নগল আৰক্ষী লোকসকল। গুৱাহাটী মহানগৰীত থকা চিচিটিভি কেমৰাসমূহ প্ৰায় বিকল। গুৰুত্বপূৰ্ণ কথা যে জু ৰোড তিনিআলিত থকা দুটা চিচিটিভি কেমৰাৰ ভিতৰত এটা চিচিটিভি কেমৰা দেখিবলৈ পোৱা নগল।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.