দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. শিলচৰত ৰাম মন্দিৰ বিতৰ্কঃ দুই পক্ষৰ মাজত সংঘাত
2. COVID-19ৰ ভেকচিনৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি DCGIৰ
3. আজি বিশ্ব সংস্কৃত দিৱস
4. দাৰ্জিলিঙত এম্বুলেঞ্চৰ পৰা পলায়ন ক'ভিড-19 আক্ৰান্ত ব্যক্তিৰ
5. বিবাহৰ বাবে অনলাইনত সংগী বিচাৰিছে নেকি ?
6. চীনা সামগ্ৰী বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা
7. সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰা আৰক্ষীক কোৱাৰেন্টাইন মুম্বাইত
8. কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা
9. দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী আদিত্যলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান
10. ৰাজ্যত 42904 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা
দেওবাৰে পুনৰ 1178 গৰাকী ক’ভিড পজিটিভ ৷ ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷