ETV Bharat / state

কৰ্মৰত যান-বাহন আৰক্ষীক প্ৰহাৰ - অংকুৰ নেওঁগ

মহানগৰীৰ বশিষ্ঠ যান-বাহন আৰক্ষীত কৰ্মৰত অংকুৰ নেওঁগক প্ৰহাৰ উদণ্ড যুৱকৰ ৷

কৰ্মৰত যান-বাহন আৰক্ষীক প্ৰহাৰ
author img

By

Published : Jun 23, 2019, 8:10 PM IST

গুৱাহাটী, 23 জুনঃ বশিষ্ঠ যান-বাহন আৰক্ষীৰ কৰ্তব্যৰত জোৱান অংকুৰ নেওঁগক প্ৰহাৰ ৷ মহানগৰীৰ বেহৰবাৰীত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ যান-যঁটৰ ৷ যান যঁট নিয়ন্ত্ৰণ কৰি থকা সময়তে অংকুৰ নেওঁগে AS01 KC 8929 নম্বৰৰ চুইফট ডিজেয়াৰ বাহনখনৰ চালকক অন্য পথৰে ঘূৰি যাবলৈ নিৰ্দেশ দিয়াত গাড়ীখনৰ তিনি যুৱকৰ এজনে দুৰ্ব্যৱহাৰ কৰাৰ লগতে প্ৰহাৰ কৰে আৰক্ষী বিষয়াজনক ৷ স্থানীয় সচেতন লোকে সমগ্ৰ দৃশ্য বন্দী কৰে ম’বাইল কেমেৰাত ৷

কৰ্মৰত যান-বাহন আৰক্ষীক প্ৰহাৰ

উদণ্ড যুৱক জনৰ নাম অভিলেশ গোস্বামী বুলি জানিবলৈ পৰা গৈছে ৷ ইণ্ডিগো এয়াৰত চিকৰিটী অফিচাৰ হিচাপে কৰ্মৰত অভিলেশ ৷ ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা যুৱকজনক ।

a_ghy_806_23june_police_bitten_on_duty_visual_byte_asrar_as10001

মহানগৰীৰ বেহৰাবাৰীত অগ্নিকাণ্ডৰ ঘটনাৰ বাবে দায়িত্বত থকা যান বাহন শাখাৰ কৰ্তব্যত থকা আৰক্ষী বিষয়াক প্ৰহাৰ উদণ্ড যুবক । অংকুৰ নেওগ নামৰ যান বাহন আৰক্ষী জনক প্ৰহাৰ । যুবক ৰাইজে ধৰি গোটাই দিয়ে আৰক্ষীক । চইফট ডিজেয়াৰ উবেৰত আহিছিল তিনি যুবক বাহন খনৰ নং  AS01 KC 8929 . জুই জ্বলাবাবে তীব্ৰ জান জট হৈছিল সেই স্থানত ।  অন্য পথৰে ঘুৰি যাবলৈ নিৰ্দেশ দিয়া বাবে দুৰ্বব্যহ্যাৰ কৰি আঘাট কৰিছিল। ধৃত জনৰ নাম অভিলেশ গোস্বামী ইণ্ডিগো এয়াৰ ত চিকোৰিটি অভিচাৰ হিচাপে কৰ্মৰত আছিল। বশিষ্ঠ যান বাহন আৰক্ষীৰ কৰ্মৰত অংকুৰ নেওগক আক্ৰমন কৰিছিল। আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ।

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.