ETV Bharat / state

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 7PM TOP NEWS BULLETIN

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 8, 2021, 6:53 PM IST

অসমৰ জাতীয়তাবাদ আজিৰ তাৰিখত সংকটৰ গৰাহত : লুৰীণ

কাৰ্বি আংলঙৰ ডিফুত উপস্থিত লুৰিণ জ্যোতি গগৈ ৷ উপস্থিত হৈ আঞ্চলিকতাবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য নেতা গৰাকীৰ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো মন্তব্য প্ৰদান লুৰিণৰ ৷

মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা

অখিল গগৈ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত অভিযুক্ত হোৱা হেতুকে বিচাৰ চলি থাকিব অখিলৰ ৷ এই বিচাৰ আদালতে কৰিব ।

নগাঁৱত তামোলৰ বস্তাত দমে দমে ইটা

নগাঁৱত তামোলৰ নামত গ্ৰাহকৰ পৰা লুন্ঠন ব্যৱসায়ীৰ ৷ তামোলৰ ওজন বঢ়াবলৈ বস্তাত ভৰাই আনিছে ইটা ৷ প্ৰৱঞ্চক ব্যৱসায়ীক আটক ৰাইজৰ ৷

ৰাইজৰ দলৰ অভিৱৰ্তনত ধৈৰ্য্য কোঁৱৰৰ উদাত্ত ভাষণ

মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ অধিবেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠানত উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য্য কোঁৱৰে।

বনকৰ্মীক মাৰণাস্ত্ৰ প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ প্ৰতিক্ৰিয়া

বন্য প্ৰাণীক নিৰাপত্তা প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশংসা ন্যায়ধীশ গৰাকীৰ ৷

14 জানুৱাৰীত ভাৰতলৈ আহিব নেপালৰ বিদেশ মন্ত্ৰী

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সংযুক্ত আয়োগৰ অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত কাঠমাণ্ডুলৈ যাব ।

যমুনামুখৰ মোৰাঝাৰত কংগ্ৰেছৰ সভাত প্ৰচণ্ড মাৰপিট

দীৰ্ঘ দিনৰ পৰা যমুনামুখ কংগ্ৰেছৰ দুই-ফৈদৰ মাজত চলি আছিল শীতল যুদ্ধ ৷ শুকুৰবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত সংঘাতে ল'লে চুড়ান্ত ৰূপ ৷

উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ ৰাজস্থানত জে পি নাড্ডা

শুকুৰবাৰে ৰাজস্থানৰ বিজেপিৰ নেতা সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ বৈঠকত ৰাজস্থানৰ অগন্তক উপ-নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা লগতে ৰাজস্থানত বিজেপিক কি দৰে সম্প্ৰসাৰণ কৰিব লাগে তাৰ ওপৰত আলোচনা কৰা হয় বুলি জানিবলৈ জানিবলৈ দিছে বিজেপিৰ এক সুত্ৰই ৷

টীয়কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

যোৰহাট জিলাৰ বিভিন্ন স্থানত থকা বিকল পানী যোগান আঁচনি সমূহ মেৰামতিৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া,ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ টীয়কৰ কাৱৈমাৰী অঞ্চলত ২০০৮ চনতে স্থাপন কৰা পানীযোগান আঁচনিৰ পৰা আজিলৈকে ৰাইজে নাপালে বিশুদ্ধ খোৱাপানী ৷

21’ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ : জীতেন্দ্ৰ সিং

পুনৰবাৰ অসমত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিং ৷ অসমত উপস্থিত হৈ সিঙে ক’লে 21’ ত কংগ্ৰেছে গঠন কৰিব চৰকাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.