টীয়ক,১ এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে চলিছে নিৰ্বাচনী বতাহ । এফালে শাসনাধীষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰধানমন্ত্ৰীকে ধৰি হাইপ্ৰফাইল নেতা এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰৰ কামত আনফালে ঠাইয়ে ঠাইয়ে ক্ষোভ উজাৰিছে একাংশ সাধাৰণ ৰাইজে । যাৰফলতক্ষোভতে এতিয়া হাতে হাতে কোৰ লৈ ওলাই আহিছে টীয়ক বিধান সভা সমষ্টিৰ টীয়ক পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ হাতিখুলি ৰাইজে ।
হাতে হাতে কোৰ লৈ ওলাই আহিল পুৰুষ-মহিলা
জনপ্ৰতিনিধিয়ে মনোযোগ নিদিয়াত ক্ষুব্ধ ৰাইজ ওলাই আহিল হাতে হাতে দা-কোৰ লৈ ৷ আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত টীয়কৰ হাতিখুলি অঞ্চলৰ ৰাইজে
হাতে হাতে কোৰ লৈ ওলাই আহিল পুৰুষ -মহিলা
টীয়ক,১ এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে চলিছে নিৰ্বাচনী বতাহ । এফালে শাসনাধীষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰধানমন্ত্ৰীকে ধৰি হাইপ্ৰফাইল নেতা এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰৰ কামত আনফালে ঠাইয়ে ঠাইয়ে ক্ষোভ উজাৰিছে একাংশ সাধাৰণ ৰাইজে । যাৰফলতক্ষোভতে এতিয়া হাতে হাতে কোৰ লৈ ওলাই আহিছে টীয়ক বিধান সভা সমষ্টিৰ টীয়ক পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ হাতিখুলি ৰাইজে ।
Intro:Body:জনপ্ৰতিনিধিৰ অমনোযোগিতাত ক্ষোভ,পুৰুষ-মহিলাই হাতে কোৰ লৈ নামিল পথ মেৰামতিৰ কামত/লোকসভা নিৰ্বাচন বৰ্জনৰ কৰাৰ হুংকাৰ
TEOK:ৰাজ্যৰ চৌ দিশে চলিছে নিৰ্বাচনী বতাহ ।শাসনত অধিষ্ঠিত বিজেপি মিত্ৰযোঁট চৰকাৰৰ প্ৰধানমন্ত্ৰীকে ধৰি হাইপ্ৰফাইল নেতা এতিয়া ব্যস্ত এখনৰ পাছত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি উন্নয়নৰ জয়ঢোল কোবাই ৰাইজৰ ভোট ভিক্ষা কৰাত ।২০১৪ চনত পৰিবৰ্তনৰ শ্লগান আওৰাই দিল্লী আৰু ২০১৬ চনত একেই শ্লগান আওৰাই দিছপুৰ দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিগত শাসন কালত ৰাজ্যত কেনে পৰিবৰ্তন সাধন হ'ল ?টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত অতি ভিতৰুৱা অঞ্চলৰ দূৰৈৰ কথা টীয়ক পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ হাতখুলি অঞ্চলৰ ৰাইজৰ যাতায়তৰ এক মাত্ৰ পথটোৰ দুৰবস্হাই জীয়াতু ভোগাইছে সাধাৰণ জনতাক ।দীৰ্ঘদিন ধৰি অঞ্চলবাসীয়ে পথটোৰ মেৰামতিৰ বাবে আবেদন নিবেদন কৰাৰ পাছতো জনপ্ৰতিনিধিসকলে কোনো ব্যবস্থা গ্ৰহণ নকৰাত ক্ষোভিত ৰাইজে সেয়ে এনেদৰে হাতে হাতে কোৰ লৈ পথ মেৰামতিত ব্যস্ত হৈ পৰিছে । পৰিবৰ্তনৰ চিনমোকাম নেদেখা এইসকল ৰাইজে সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ দিছে ।প্ৰকৃততে এই পথটো পঞ্চায়ত নে পৌৰসভাৰ অন্তৰ্গত সেয়া এতিয়াও স্পষ্ট নোহোৱাত ৰাইজ অতিষ্ঠ হৈ নিজৰ গাঁঠিৰ ধনেৰে পথটোৰ কিছু মেৰামতি কৰিবলৈ চেষ্টা চলাইছে।Conclusion: