টীয়ক, 20 মে' : দেওবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে টীয়কৰ গায়ন গাঁৱৰ বিস্তৃত অঞ্চল । এই ধুমুহাৰ ফলত অঞ্চলটোৰ প্ৰায় 30 টাকৈ বাসগৃহ ধ্বংস হোৱাৰ লগতে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷ ইপিনে ধুমুহাৰ ফলত উভালি পৰে বহুতো মূল্যবান গছ-গছনি ৷
টীয়কত নিশা অহা ধুমুহাত বিস্তৰ ক্ষতি সাধন
টীয়কত ধুমুহাৰ তাণ্ডৱ ৷ তচনচ কৰিলে টীয়কৰ গায়ন গাঁৱৰ এটা অঞ্চল ।
টীয়কত ধুমুহাৰ তাণ্ডৱ
টীয়ক, 20 মে' : দেওবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে টীয়কৰ গায়ন গাঁৱৰ বিস্তৃত অঞ্চল । এই ধুমুহাৰ ফলত অঞ্চলটোৰ প্ৰায় 30 টাকৈ বাসগৃহ ধ্বংস হোৱাৰ লগতে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷ ইপিনে ধুমুহাৰ ফলত উভালি পৰে বহুতো মূল্যবান গছ-গছনি ৷
Intro:Body:টীয়কত ধুমুহাৰ তাণ্ডৱ
TEOK:দেওবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই তচ নচ কৰিলে টীয়কৰ গায়ন গাঁৱৰ বিস্তৃত অঞ্চল।এই ধুমুহাৰ ফলত অঞ্চলটোৰ প্ৰায় ত্ৰিশটাকৈ ঘৰদুৱাৰ ভঙাৰ লগতে বিভিন্ন মূল্যবান গছ গছনি উভালি পৰাত কোনোমতে ৰক্ষা পৰে গৃহস্থ লগতে প্ৰকাণ্ড কেইবাজোপাও গছ উভালি পথৰ ওপৰতে পৰাত যাতায়াত ষ্টব্ধ হোৱা পৰিলক্ষিত হৈছে। ধুমুহাৰ সমান্তৰালকৈ হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত গৃহস্থৰ ভড়ালৰ ধান,পাকঘৰৰ ৰন্ধা বহা কৰা বাচন বৰ্তন, গোঁসাইঘৰ, আচ-বাক, কিতাপ পত্ৰ সকলো তিতি নষ্ট হৈ যোৱাৰ ফলত এতিয়া গাঁৱবাসীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।সেয়ে আৰ্থিকভাৱে দুৰ্বল এইসকল ক্ষতিগ্ৰস্হ ৰাইজে সদাশয় কোনো ব্যক্তি তথা দল সংগঠনৰ তৎকালীন সহযোগিতা বিচাৰিছে।লগতে কেইবাখনো বিদ্যালয়,নামঘৰ আদি ৰাজহুৱা অনুষ্ঠানৰ বিস্তৰ ক্ষতি সাধন হৈছে।Conclusion: