ETV Bharat / state

নাম-প্ৰসংগৰে যোৰহাটৰ কল্যাণী বাল্য ভৱনত সৰস্বতী পূজা - দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহ

দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহ । যোৰহাট জিলাৰো শিক্ষা প্ৰতিষ্ঠানসমূহত সৰস্বতী পূজাৰ আয়োজন (Saraswati puja celebration at Jorhat)। পটিয়াগাঁওস্থিত কল্যাণী বাল্য ভৱন বিদ্যালয়তো সম্পূৰ্ণ ক'ভিড নীতি-নিৰ্দেশনা পালন কৰি আয়োজন কৰা হয় সৰস্বতী পূজাৰ ।

Saraswati puja
যোৰহাটৰ কল্যাণী বাল্য ভৱনত সৰস্বতী পূজা
author img

By

Published : Feb 5, 2022, 7:43 PM IST

যোৰহাট,৫ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বাগদেৱীৰ পূজা অৰ্চনা । বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, শিক্ষা প্ৰতিষ্ঠানত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখা গ’ল । ক'ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰত জাক-জমকতাৰে সৰস্বতী পূজা আয়োজন কৰা হোৱা নাছিল যদিও এইবাৰ কিছু ব্যতিক্ৰম দেখা যায় শিক্ষা প্ৰতিষ্ঠানসমূহত ।

যোৰহাটৰ কল্যাণী বাল্য ভৱনত সৰস্বতী পূজা

যোৰহাটৰ জিলাৰো প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত কৰা হয় সৰস্বতী পূজাৰ আয়োজন (Saraswati puja celebration at Jorhat)। যোৰহাটৰ নিমাটী ৰোডৰ পটিয়াগাঁওস্থিত কল্যাণী বাল্য ভৱন বিদ্যালয়তো সম্পূৰ্ণ ক'ভিড নীতি-নিৰ্দেশনা মানি আয়োজন কৰে সৰস্বতী পূজাৰ । পূজাৰ লগত সংগতি ৰাখি নাম প্ৰসংগৰো আয়োজন কৰা হয় বাল্য ভৱনত । পূজা উপলক্ষ্যে শিক্ষাৰ্থীসকলেও বিভিন্ন ধৰণে সাজি কাচি অহা দেখা যায় ।

লগতে পঢ়ক :আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে মৰাণ মহাবিদ্যালয়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.