যোৰহাট, 19 এপ্ৰিলঃ তিতাবৰ এজন শিক্ষকৰ অত্যাচাৰ বলি পত্নী ৷ নিজ সন্তানক জন্ম দিয়াৰ পূৰ্বে হত্যা কৰাৰ চেষ্টা কৰে বুলি স্বামী আৰু শাহুয়েকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে শিক্ষক পত্নীয়ে ৷ উল্লেখ্য যে, তিতাবৰ মহকুমাৰ অন্তৰ্গত বান্দৰচলিয়াত কলংক গগৈ নামৰ শিক্ষকজনে নিজ ছাত্ৰীক জোৰ-জুলুমকৈ বিবাহ পাশত আৱদ্ধ কৰায় ৷ বিয়াৰ পাচত মহিলা গৰাকী অন্তঃসত্বাৰ সময়তে পেটৰ ভিতৰতে সন্তানটি হত্যা কৰাৰ পৰিকল্পনা কৰে বুলি স্বামী আৰু শাহুয়েকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে । হত্যাৰ পৰিকল্পনাৰ কথা গম পাইয়ে কোনোৰকমে পলাই প্ৰাণ ৰক্ষা কৰে বুলিও মন্তব্য কৰে মহিলা গৰাকীয়ে । আনহাতে, ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষী থানত গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলাৰ পৰিয়ালে ৷
ভ্ৰূণ হত্যাৰ চেষ্টা শিক্ষকৰ
বিয়াৰ পাচত মহিলা গৰাকী অন্তঃসত্বাৰ সময়তে পেটৰ ভিতৰতে সন্তানটি হত্যা কৰাৰ পৰিকল্পনা কৰে বুলি স্বামী আৰু শাহুয়েকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে ৷

Conclusion: