যোৰহাট, 19 মাৰ্চঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা কৰণা ভাইৰাছৰ সজাগতা সভা ৷ টোকালাই চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰে আটছাৰ যোৰহাট জিলা সমিতিৰ সদস্যসকলে ৷ অসম চৰকাৰৰ অধীনষ্ঠ প্ৰায় ৪০ খন চাহ বাগিচাত এতিয়া ব্যাপক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে বাগিছাই বাগিছাই গৈ অনুষ্ঠিত কৰিছে কৰুণা ভাইৰাছৰ সংক্ৰমণ সম্পৰ্কীয় সজাগতা মেল। বৃহস্পতিবাৰে যোৰহাট জিলা টোকালাই চাহ বাগিছাৰ একাংশ কৰ্মচাৰীৰ মাজত বাগিছাৰ মাজতে সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰে মেলৰ। টোকালাই চাহ বাগিছাৰ পৰিচালক,চিকিৎসা বিষয়াৰ উপস্থিত কৰ্মচাৰীৰ সকলৰ মাজত বিশেষকৈ কেনেকৈ হাত ধুব লাগে, লগতে কেনেদৰে পৰিষ্কাৰ কৈ থাকিব লাগে তাৰ ওপৰত এখন সভা অনুষ্ঠিত কৰে।
কৰ'ণা ভাইৰাছ সম্পৰ্কত যোৰহাটত আটছাৰ সজাগতা সভা - অসম চাহ জনজাতি ছাত্ৰ সন্থা
সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা কৰণা ভাইৰাছ সম্পৰ্কত বৃহস্পতিবাৰে যোৰহাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

যোৰহাট, 19 মাৰ্চঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা কৰণা ভাইৰাছৰ সজাগতা সভা ৷ টোকালাই চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰে আটছাৰ যোৰহাট জিলা সমিতিৰ সদস্যসকলে ৷ অসম চৰকাৰৰ অধীনষ্ঠ প্ৰায় ৪০ খন চাহ বাগিচাত এতিয়া ব্যাপক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে বাগিছাই বাগিছাই গৈ অনুষ্ঠিত কৰিছে কৰুণা ভাইৰাছৰ সংক্ৰমণ সম্পৰ্কীয় সজাগতা মেল। বৃহস্পতিবাৰে যোৰহাট জিলা টোকালাই চাহ বাগিছাৰ একাংশ কৰ্মচাৰীৰ মাজত বাগিছাৰ মাজতে সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰে মেলৰ। টোকালাই চাহ বাগিছাৰ পৰিচালক,চিকিৎসা বিষয়াৰ উপস্থিত কৰ্মচাৰীৰ সকলৰ মাজত বিশেষকৈ কেনেকৈ হাত ধুব লাগে, লগতে কেনেদৰে পৰিষ্কাৰ কৈ থাকিব লাগে তাৰ ওপৰত এখন সভা অনুষ্ঠিত কৰে।
TAGGED:
অসম চাহ জনজাতি ছাত্ৰ সন্থা