ETV Bharat / state

ৰাজ্যত গঠন হ'ব বিকল্প ৰাজনৈতিক দলঃ শৃংখল চলিহা

অসমৰ সকলো সংগঠন এক হৈ এক বিকল্প ৰাজনৈতিক দল গঠন কৰি বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফক ওফৰাই অসমত এক শক্তিশালী আঞ্চলিক দল গঠন কৰাৰ কথাও উল্লেখ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৷

Alternative political parties will be formed in the state
ৰাজ্যত গঠন হ'ব বিকল্প ৰাজনৈতিক দলঃশৃংখল চলিহা
author img

By

Published : Aug 17, 2020, 11:25 PM IST

তিতাবৰ,17 আগষ্টঃ অসমৰ স্বাৰ্থত সকলো জাতীয় সংগঠন একত্ৰিত হৈ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হ'ব ৷ তিতাবৰত উপস্থিত হৈ এই মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৷ অসমৰ সকলো সংগঠন এক হৈ এক বিকল্প ৰাজনৈতিক দল গঠন কৰি বিজেপি, কংগ্ৰেছ, এ আই ইউ দি এফক ওফৰাই অসমত এক শক্তিশালী আঞ্চলিক দল গঠন কৰাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে ৷

ৰাজ্যত গঠন হ'ব বিকল্প ৰাজনৈতিক দলঃশৃংখল চলিহা

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা চলি থকাৰ লগতে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ পিছতে তেওঁৰ সৈতে এই সন্দৰ্ভত আলোচনাত বহাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে শৃংখল চলিহাই ৷

আনহাতে শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য কৰি নেতাগৰাকীয়ে কয় যে, শিল্পীক শিল্পী হৈ থাকিবলৈ দিব লাগে আৰু জুবিন গাৰ্গে সদায় "কা" বিৰুদ্ধে মাত মাতি আহিব বুলি তেওঁ আশাবাদী ৷

লগতে পঢ়কঃনলবাৰীৰ ৩০ হাজাৰতকৈ অধিক গ্ৰন্থ থকা বিশেষ পুথিভঁৰাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.