ETV Bharat / state

হোজাইত মহিলাৰ আত্মহত্যা - আত্মহত্যা

নিজৰ শোৱনি কোঠাত ডিঙিত চিপ লৈ আত্মহত্যা 21 বছৰীয়া বিবাহিতা মহিলাৰ ৷

women suicide in hojai
women suicide in hojai
author img

By

Published : Jul 18, 2020, 2:54 PM IST

হোজাইত, 18 জুলাই : হোজাইত মহিলাৰ আত্মহত্যা ৷ নিজৰ শোৱনি কোঠাত ডিঙিত চিপ লৈ আত্মহত্যা কৰে 21 বছৰীয়া বিবাহিতা মহিলাগৰাকীয়ে ৷ মহিলাগৰাকী হোজাই পূৱ আমতলাৰ দিলীপ কুমাৰ চৌহানৰ পত্নী ৷ গৃহকন্দলৰ পৰিণতিত মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

হোজাইত মহিলাৰ আত্মহত্যা
ইফালে তেওঁৰ পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যা বুলি অভিযোগ কৰিছে ৷ স্বামীগৃহৰ লোকে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালে ৷ হোজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইয়াৰ লগতে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

লগতে পঢ়ক : শাওণৰ পথাৰত ব্যস্ত বিধায়ক প্ৰদীপ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.